আৰ্থাৰ অস্কিন (Arthur Ashkin; জন্ম: ২ ছেপ্টেম্বৰ ১৯২২) এজন আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬০ ৰ দশকত তেওঁ সূক্ষ্মকণা সমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত ১৯৮৬ চনত অপ্টিকেল টুৱিজাৰ্ছ আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁ ২০১৮ চনত তেওঁ আৰু জেৰাৰ্ড মৌৰো আৰু ডনা ষ্ট্ৰিকলেণ্ড সৈতে যুটীয়ভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তেওঁক অপ্টিকেল টুৱিজাৰ্ছৰ পিতৃ বুলি কোৱা হয়।১২৩ তেওঁ ন'বেল বঁটা লাভ কৰা আটাইতকৈ বয়সীয়া ব্যক্তি।
বাহ্যিক সংযোগ
- Frontiers in Optics 2010. The Optical Society.
- A. Ashkin. Acceleration and Trapping of Particles by Radiation Pressure. Phys. Rev. Lett. 24, 156–159 (1970)
- ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমী: সদস্য তালিকা
- ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী: সদস্য তালিকা
- অস্কিনছ বুক অফ এটম ট্ৰেপিং
- ফেন্দ্ৰিক আইভেছ মেডেল
তথ্যসূত্ৰ
- ↑ Arthur Ashkin (biography). LaserFest. American Physical Society, Optical Society, SPIE, and the IEEE Photonics Society "LaserFest – the 50th anniversary of the first laser"
- ↑ McGloin, David; Reid, J.P. (February 1, 2010). Forty Years of Optical Manipulation. Optics and Photonics News. The Optical Society. পৃ. 20
- ↑ Bjorkholm, John E. (2010). Talk for the Arthur Ashkin Honorary Symposium: The Man and His Science. OSA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থাৰ অস্কিন” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।