আৰা হিলে ছপৰা হিলে বলিয়া হিলেলা এটি ভোজপুৰী লোকগীত যাক বহু চলচ্চিত্ৰ আৰু এলবামত পুনৰ নিৰ্মাণ কৰা হৈছে।১
ৰূপান্তৰণ
১৯৭৭ চনৰ চলচ্চিত্ৰ অভিযোজন
ভোজপুৰী ছবি দংগলত পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ৰচনা আছিল ৰাজপতি।২
১৯৯৬ চনৰ চলচ্চিত্ৰ অভিযোজন
মিথুন চক্ৰৱৰ্তীৰ হিন্দী ছবি অংগৰাত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল৷
১৯৯৬ চনৰ চলচ্চিত্ৰ অভিযোজন
বলিউডৰ ছবি "অপনে দম পৰ"ত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল।
২০১২ চনৰ চলচ্চিত্ৰ অভিযোজন
ভোজপুৰী ছবি খুন পচিনাত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল ৷
২০১৯ চনৰ চলচ্চিত্ৰ অভিযোজন
সিদ্ধাৰ্থ মালহোত্ৰা আৰু পৰিনীতি চোপ্ৰাৰ ছবি জব্ৰীয়া জোডীত এই গীতটোৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল।৩
২০২০ চনৰ ৰিমিক্স
ভোজপুৰী কণ্ঠশিল্পী ৰিতেশ পাণ্ডেই এটা স্বতন্ত্ৰ এলবামত এই গীতটো পুনৰ নিৰ্মাণ কৰিছে।৪
আন আটাইকেইখন ভোজপুৰী চিনেমাতে নিৰ্মাণ কৰা এই গীতটি অতি বিখ্যাত হৈছিল।
তথ্যসূত্ৰ
- ↑ घोष. सिनेमा भोजपुरी. पेंगुइन यू के
- ↑ घोष. सिनेमा भोजपुरी
- ↑ Jabariya Jodi: Parineeti Chopra, Sidharth Malhotra to launch song, UP Hile Zilla Hile, a remake of Bhojpuri song Ara Hile. हिंदुस्तान टाइमस
- ↑ Bhojpuri Song: रितेश पांडे के नये गाने 'काशी हिले, छपरा हिले, पटना हिलेला'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰা হিলে ছপৰা হিলে বলিয়া হিলেলা” প্ৰবন্ধৰ সংশোধন ৪৯০১৮১ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।