অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

যাত্ৰা শুৰু

যত্ৰাশুৰু হৈছে ভূমি বেণ্ডৰ প্ৰথম এলবাম। ইয়াত মুঠ ১০টা গীত আছে। পিছলৈ এই বেণ্ডটোৱে পশ্চিমবংগত যথেষ্ট খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰিও পশ্চিম বংগৰ বেষ্ট চেলাৰ এলবামৰ ভিতৰত ইয়াক বিবেচিত কৰা হয়।

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

যত্ৰাশুৰু হৈছে ভূমি বেণ্ডৰ প্ৰথম এলবাম। ইয়াত মুঠ ১০টা গীত আছে।১ পিছলৈ এই বেণ্ডটোৱে পশ্চিমবংগত যথেষ্ট খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰিও পশ্চিম বংগৰ বেষ্ট চেলাৰ এলবামৰ ভিতৰত ইয়াক বিবেচিত কৰা হয়।২৩

গান বিলাক

  1. পঁচা কাকা
  2. দিলদৰিয়া ৰে
  3. বাৰান্দায় ৰোদ্দুৰ
  4. কাম সাৰসে
  5. মধুৰ মধুৰ চাউনি
  6. ৰঙ্গিলা ৰে
  7. কান্দে শুধু মন
  8. মনে আৰ নাইৰে
  9. দুষ্টু হাওয়া
  10. চোখেৰ দেশে৪

ভূমি বেণ্ড

মূল প্ৰবন্ধ: ভূমি (বেণ্ড)

ভূমি হৈছে কলকাতাস্থিত এটি সংগীত দল। ২০০৬ চনৰ জুলাই মাহত তেওঁলোকে ৰাষ্ট্ৰসংঘত কণ্ঠদান কৰা প্ৰথম ভাৰতীয় বেণ্ড হিচাপে পৰিগণিত হয়।

তথ্যসূত্ৰ

  1. ↑ Albums of Bhoomi bhoomimusic.com. Retrieved 4 October 2012
  2. ↑ (11 September 2003). Bengali, the flavour of the festive season. The Telegraph
  3. ↑ (7 December 2002). Earthy roots. The Telegraph
  4. ↑ Jatra Shuru webmusic.in. Retrieved 4 October 2012

সম্পৰ্কিত শ্ৰেণী

লোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যাত্ৰা শুৰু” প্ৰবন্ধৰ সংশোধন ৪৯০১৯৪ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।