অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰাৱল্লী সুৰাৱল্লী

আৰাৱল্লী সুৰাৱল্লী (Aaravalli Sooravalli ) ১৯৪৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন চি ভি ৰমণে পৰিচালনা কৰিছে। ছবিখনত অভিনয় কৰিছে কে থৱামণি দেৱী, ভি এ চেল্লাপ্পা, পি এছ গোবিন্দ, এম আৰ সন্থানলক্ষ্মী আৰু ছেৰুকুলাথুৰ সমাই।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৬ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

আৰাৱল্লী সুৰাৱল্লী (Aaravalli Sooravalli ) ১৯৪৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন চি ভি ৰমণে পৰিচালনা কৰিছে।১ ছবিখনত অভিনয় কৰিছে কে থৱামণি দেৱী, ভি এ চেল্লাপ্পা, পি এছ গোবিন্দ, এম আৰ সন্থানলক্ষ্মী আৰু ছেৰুকুলাথুৰ সমাই।২

আৰৱল্লী আৰু সুৰৱল্লী দুগৰাকী ভগ্নী, যিয়ে এখন ৰাজ্য শাসন কৰে আৰু মাতৃতন্ত্ৰবাদী সমাজ প্ৰতিষ্ঠা কৰে। দুয়োৰে যাদুকৰী শক্তি আছে। চুবুৰীয়া দেশৰ ৰজাই তেওঁলোকক প্ৰত্যাহ্বান জনায়। কাহিনীটোত তেওঁ কেনেকৈ ভগ্নীসকলক নিজৰ ক্ষমতাৰ অধীনলৈ আনে, সেই বিষয়ে বৰ্ণিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ Ashish Rajadhyaksha; Paul Willemen. Encyclopedia of Indian Cinema. Oxford University Press, New Delhi, 1998. পৃ. 576
  2. ↑ Aaravalli Sooravalli 1946. www.megatamil.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবিতামিল চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাৱল্লী সুৰাৱল্লী” প্ৰবন্ধৰ সংশোধন ৫৮২১০১ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।