অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান

আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান (Altadighi National Park) আই ইউ চি এনৰ চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। উদ্যানখন ভাৰতৰ সীমান্তৱৰ্তী নগাঁও জিলাৰ ধমোইৰহাট উপজিলাত অৱস্থিত। ই বাংলাদেশৰ বন বিভাগৰ পাইকবন্ধা বনাঞ্চলৰ অধীনস্থ।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান (Altadighi National Park) আই ইউ চি এনৰ চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।১ উদ্যানখন ভাৰতৰ সীমান্তৱৰ্তী নগাঁও জিলাৰ ধমোইৰহাট উপজিলাত অৱস্থিত। ই বাংলাদেশৰ বন বিভাগৰ পাইকবন্ধা বনাঞ্চলৰ অধীনস্থ।২

২০১১ চনৰ ১৪ ডিচেম্বৰত বাংলাদেশ চৰকাৰে এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।২ নগাঁও জিলাৰ সৰ্ববৃহৎ জলাশয়টোকে ধৰি ইয়াৰ আয়তন ২৬৪.১২ হেক্টৰ।৩ এই উদ্যানৰ প্ৰাণীসমূহৰ ভিতৰত বনকুকুৰা, সোণালী শিয়াল, জহামাল, হেপা, তেজপিয়া আদি অন্তৰ্ভুক্ত।২

তথ্যসূত্ৰ

  1. ↑ National Park. Bangladesh Forest Department
  2. ↑ (March 2012). State of Protected Areas of Bangladesh, 2012. Bangladesh Forest Department
  3. ↑ Altadighi's fate: How a conservation project wreaks havoc on a national park. The Business Standard

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অৰণ্যবাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬২৩৪৬৪ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।