অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আবাবিল (অলৌকিক চৰাই)

আবাবিল ( আৰবী: أبابيل ) হৈছে কোৰআন ছুৰা আল-ফিলত বৰ্ণনা কৰা এটা অলৌকিক চৰাই, যিয়ে কাবা ধ্বংস কৰিবলৈ অহা আকছুমৰ ৰজা আব্ৰাহাৰৰ হাতী সৈন্যক ধ্বংস কৰিছিল বুলি মুছলমানসকলে বিশ্বাস কৰে।

হালনাগাদ: ৬ জানুৱাৰী ২০২৫ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আবাবিল ( আৰবী: أبابيل ) হৈছে কোৰআন ছুৰা আল-ফিলত বৰ্ণনা কৰা এটা অলৌকিক চৰাই, যিয়ে কাবা ধ্বংস কৰিবলৈ অহা আকছুমৰ ৰজা আব্ৰাহাৰৰ হাতী সৈন্যক ধ্বংস কৰিছিল বুলি মুছলমানসকলে বিশ্বাস কৰে। ১

কোৰআনত চৰাইটোক বুজাবলৈ "Tairn Ababil" (طَيْرًا اَبَابِيلَ) বাক্যাংশ ব্যৱহাৰ কৰা হৈছে আৰু বাংলা ভাষাত এই বাক্যাংশটোক চৰাইৰ জাক বুলি অনুবাদ কৰা হৈছে। হজৰত মহম্মদৰ জন্মৰ পঞ্চাশ দিন আগতে আব্ৰাহাৰ হাতী সৈন্য আবাবিল চৰাইয়ে ধ্বংস কৰিছিল।

তথ্য সংগ্ৰহ

কোৰআনৰ ছুৰা আল-ফিল

quran.com/en/al-fil

তথ্যসূত্ৰ

  1. ↑ Muhammad: Man and Prophet. Kube Publishing Ltd. ISBN 978-0-86037-429-9.Salahi, Adil (2010-03-01)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবাবিল (অলৌকিক চৰাই)” প্ৰবন্ধৰ সংশোধন ৪৬২০১৪ (৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।