অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অসমীয়া যুক্তাক্ষৰ

যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে- দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৫ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৩৯
সংশোধনৰ পৰামৰ্শ

যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ।১ সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে-

দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ

তিনিটা বৰ্ণ লগলাগি- ন + ধ + ৰ = ন্ধ্ৰ, স + ত + ৰ = স্ত্ৰ, ধ + ৰ + উ = ধ্ৰু

তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ দিয়া হ'ল।

ক + ক = ক্ক

ক + ট = ক্ট

ক + ত = ক্ত

ক + ম = ক্ম

ক + য় = ক্য

ক + ৰ = ক্ৰ

ক + ল = ক্ল

ক + স = ক্স

ক + ষ = ক্ষ

খ + য় = খ্য

খ + ৰ = খ্ৰ

গ + গ = গ্গ

গ + ম = গ্ম

গ + য় = গ্য

গ + ৰ = গ্ৰ

গ + ল = গ্ল

ন + ধ + ৰ = ন্ধ্ৰ

ক-যোগ

ক + ক = ক্ক মক্কা

ঙ + ক = ঙ্ক অঙ্ক

ল + ক = ল্ক বল্কল

ষ + ক = ষ্ক পৰিষ্কাৰ

স + ক = স্ক নমস্কাৰ

খ-যোগ

ঙ + খ = ঙ্খ শঙ্খ

গ-যোগ

ঙ + গ = ঙ্গ অঙ্গ

ঘ-যোগ

ঙ + ঘ = ঙ্ঘ জঙ্ঘা

ঙ-যোগ

নাই

চ-যোগ

চ + চ = চ্চ উচ্চ

ঞ + চ ‌= ঞ্চ পঞ্চ

শ + চ = শ্চ নিশ্চয়

ছ-যোগ

চ + ছ = চ্ছ ইচ্ছা

ঞ + ছ = ঞ্ছ বাঞ্ছা

শ + ছ = শ্ছ শিৰশ্ছেদ

তথ্যসূত্ৰ

  1. ↑ চলিহা, সুমন্ত. (নৱম প্ৰকাশ, পুনৰ মুদ্ৰন, ২০০৯). ((আধুনিক অসমীয়া শব্দকোষ)). বাণী মন্দিৰ. পৃ. ৫২৩. ISBN 81-7206-207-1

সম্পৰ্কিত শ্ৰেণী

ব্যাকৰণঅসমীয়া ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া যুক্তাক্ষৰ” প্ৰবন্ধৰ সংশোধন ৫৬৫২১৯ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।