অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ভাষাৰ ৰোমানীকৰণ

অসমীয়া ভাষাৰ ৰোমানীকৰণ হৈছে অসমীয়া ভাষাক ৰোমান লিপিত উপস্থাপন কৰা। অসমীয়া ভাষাৰ বাবে বহুতো ধৰণৰ ৰোমানীকৰণ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষাৰ ৰোমানীকৰণ হৈছে অসমীয়া ভাষাক লেটিন লিপিত উপস্থাপন কৰা। অসমীয়া ভাষাৰ বাবে বহুতো ধৰণৰ ৰোমানীকৰণ ব্যৱহাৰ কৰা হয়।

ৰোমানীকৰণ কেইবিধৰ তুলনা

একেবাৰে সোঁফালে থকা থামটোত আ.ধ.ব. (IPA)ৰ পাঠান্তৰণ আছে, যিয়ে গ্লাইফটোৰ আটাইতকৈ উমৈহতীয়া অসমীয়া উচ্চাৰণ দেখাইছে। আৰু বাকী থামকেইটাত ৰোমানীকৰণকেইবিধ দেখুওৱা হৈছে।

{| | +স্বৰবৰ্ণ আৰু অন্যান্যচিনৱি.অ.ৰো.চা.অ.ৰো.চা.ব.সা.অ.ৰো.চা.অ.ৰো.২আ.ধ.ব. |- | অôooo|- | অ’oóoo’|- | আaaaa|- | ইiiii|- | ঈiiii|- | উuuuu|- | ঊuuuu|- | ঋriririri|- | এêeee|- | এ’eéee’|- | ঐôioioioi|- | ওûüuu’|- | ঔôuououou|- | ঃḥ~–h~–h~–h~–~– |- | ংngng / ŋngng/n’|- | ঁ◌̃–––/– |- | ্যy~–y~–y~–y~–varies |- | ্ব––––varies |- | ক্ষkhy, khkhy, khkhy, khkhy, kh|- | জ্ঞgy, gggy, gggy, gggy, gg|- | শ্ৰsrsrsrsr|}{| | +ব্যঞ্জনবৰ্ণচিনৱি.অ.ৰো.চা.অ.ৰো.চা.ব.সা.অ.ৰো.চা.অ.ৰো.২আ.ধ.ব. |- | কkkkk|- | খkhkhkhkh|- | গgggg|- | ঘghghghgh|- | ঙngng / ŋngng / n’|- | চssss|- | ছssss|- | জzzjz|- | ঝzhzhjhzh|- | ঞñ, –n, –n, –n, –, – |- | টtttt|- | ঠthththth|- | ডdddd|- | ড়rrrr|- | ঢdhdhdhdh|- | ঢ়rhrh~r~hrh~r~hrh~r~h|- | ণnnnn|- | তtttt|- | থthththth|- | দdddd|- | ধdhdhdhdh|- | নnnnn|- | পpppp|- | ফphfff|- | বbbbb|- | ভbhbh / vvbh / v[bʱ] |- | মmmmm|- | যzzjz|- | য়yyyy/– |- | ৰrrrr|- | লllll|- | ৱw~–w~–w~b~–w~–~– |- | শx~sx~sx~sx~s|- | ষx~sx~sx~sx~s|- | সx~sx~sx~sx~s|- | হhhhh|}

উদাহৰণ

তলত থকা তালিকাখনত ওপৰত উল্লেখ কৰা ৰোমানীকৰণকেইবিধৰ উদাহৰণ দিয়া হৈছে।

+উদাহৰণঅসমীয়া বৰ্ণমালাতইংৰাজী অৰ্থৱি.অ.ৰো.চা.অ.ৰো.চা.ব.সা.অ.ৰো.চা.অ.ৰো.২আ.ধ.ব.
মনmindmônmonmonmon
সাপsnakexapxapxapxap
স্পৰ্শtouchspôrxôsporxosporxosporxo
বিশ্বাসbelievebissaxbissaxbissaxbissax
অসমীয়াAssameseôxômiaoxomiaoxomia (axomiya)oxomia
তেলoiltêltelteltel
গ’লwentgolgólgolgo’l
মে’Maymeméme (may)me’
গছ এজোপাa (small) treegôs êzûpagos ezüpagos ejupagos ezu’pa
জ্বৰfeverzôrzorjorzor
স্বাস্থ্যhealthsaisthôsaisthosaisthosaistho
সংখ্যাnumberxôingkhaxoingkha / xoiŋkhaxoingkhyaxoingkha/xoin’kha
ব্যঞ্জনবৰ্ণconsonantbyônzônbôrnôbyonzonbornobyonjonbornobyonzonborno
ৰাজ্যstateraizzôraizzoraijyoraizzo
আত্মহত্যাsuicideatmôhôittaatmohoittaatmohoityaatmohoitta

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিঅসমীয়া ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষাৰ ৰোমানীকৰণ” প্ৰবন্ধৰ সংশোধন ৫৬৫৫৮৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।