অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অষ্ট্ৰেলিয়া (মহাদেশ)

অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি ৮,৪৬৮,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১,২৬৯,০০০।

হালনাগাদ: ২৬ জুন ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি ৮,৪৬৮,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১,২৬৯,০০০।

নিউজিলেণ্ড অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্ভূক্ত নহয়, কিয়নো ই অষ্ট্ৰেলিয়া মহাদেশ থকা কন্টিনেণ্টেল চেল্ফ (Continental shelf) খনত অৱস্থান কৰা নাই। নিউজিলেণ্ড সাগৰৰ তলত ডুবি থকা মহাদেশ (Submerged continent) "জিলেণ্ডিয়া"-ৰ অন্তৰ্গত।১

ৰাষ্ট্ৰসমূহ

অষ্ট্ৰেলিয়াৰ পতাকা
অষ্ট্ৰেলিয়াৰ পতাকাছবি: Original: Ivor Evans, Leslie John Hawkins, Egbert John Nuttall, Annie Dorrington · Public domain

অষ্ট্ৰেলিয়া

পাপুৱা নিউগিনিৰ পতাকা
পাপুৱা নিউগিনিৰ পতাকাছবি: User:Nightstallion · Public domain

পাপুৱা নিউগিনি

চহৰসমূহ

জনসংখ্যা অনুসৰি অষ্ট্ৰেলিয়া মহাদেশৰ বৃহত্তম নগৰসমূহ:

  1. চিডনী (অষ্ট্ৰেলিয়া)
  2. মেলবৰ্ণ (অষ্ট্ৰেলিয়া)
  3. ব্ৰিচবেন (অষ্ট্ৰেলিয়া)
  4. পাৰ্থ (অষ্ট্ৰেলিয়া)
  5. এডিলেইড (অষ্ট্ৰেলিয়া)

তথ্যসূত্ৰ

  1. ↑ Keith Lewis. (2007-01-11). Zealandia: the New Zealand continent. Te Ara – the Encyclopedia of New Zealand

সম্পৰ্কিত শ্ৰেণী

মহাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰেলিয়া (মহাদেশ)” প্ৰবন্ধৰ সংশোধন ৫২০৯২৬ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।