অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমৃত তিৱাৰী

অমৃত কৌৰ তিৱাৰী (Amrit Tewari; ৫ ছেপ্টেম্বৰ, ১৯৩৮ – ১৩ জানুৱাৰী, ২০১৮) এজন ভাৰতীয় দন্ত চিকিৎসক আৰু চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ)ৰ প্ৰাক্তন ডীন আছিল। তেওঁ পিজিআইৰ মৌখিক স্বাস্থ্য বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৬ জুন ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অমৃত কৌৰ তিৱাৰী (Amrit Tewari; ৫ ছেপ্টেম্বৰ, ১৯৩৮ – ১৩ জানুৱাৰী, ২০১৮) এজন ভাৰতীয় দন্ত চিকিৎসক আৰু চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ)ৰ প্ৰাক্তন ডীন আছিল।১২ তেওঁ পিজিআইৰ মৌখিক স্বাস্থ্য বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৩ তেখেতৰ কন্যা আছিল চৰ্দাৰ তিৰথ সিং গুৰুম পূৰ্বৰ পেপছু-ৰ মন্ত্ৰী আছিল ৷৪৩

তেওঁ ইণ্ডিয়ান ছ'চাইটি অৱ পেড'ডন্টিকছ এণ্ড প্ৰিভেন্টিভ ডেন্টিষ্ট্ৰি (আইএচপিপিডি‍)ৰ আজীৱন সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ব্যক্তি আৰু ইণ্ডিয়ান ডেন্টাল এছ'চিয়েচন আৰু নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ ফেলো।৫৬৭ তেওঁ চণ্ডীগড় পৌৰ নিগমৰ প্ৰাক্তন সদস্য আছিল। ৮৯

পিজিআইএমইআৰৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁক প্ৰতিষ্ঠানখনৰ অধ্যাপিকা এমেৰিটাছ নিযুক্তি দিয়া হয়।১০ তেওঁ পিয়েৰ ৰিভিউড আলোচনীসমূহত কেইবাটাও চিকিৎসা বিষয়ক গৱেষণা-পত্ৰ লিখিছিল আৰু ফ্ল'ৰাইডছ এণ্ড ডেণ্টেল কেৰিজঃ এ কম্পেণ্ডিয়াম নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল৷ ভাৰত চৰকাৰে ১৯৯২ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।১১১২১৩১৪ পিয়ৰে ফাউচাৰ্ড একাডেমীৰ প্ৰমাণপত্ৰ প্ৰাপ্ত তিৱাৰীয়ে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এগৰাকী লেখক আৰু পাঞ্জাৱী ভাষাৰ অধ্যাপক ভি. এন. তিৱাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল; তেওঁলোকৰ এজন পুত্ৰ আছে, তেওঁৰ নাম মনীষ তিৱাৰী, মনীষ তিৱাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ ৷১৫ ভি এন তিৱাৰী পঞ্জাৱ বিদ্ৰোহৰ বলি হৈছিল, ১৯৮৪ চনত উগ্ৰপন্থীয়ে তেওঁক গুলীয়াই হত্যা কৰিছিল।১৬

পৰিয়াল

অমৃত কৌৰ তেৱাৰীৰ পিতৃ চৰ্দাৰ তিৰথ সিং পূৰ্বৰ পেপছুৰ মন্ত্ৰী আছিল। তেওঁৰ ভাতৃ বৰজিন্দৰ শ্বিংহ চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ অধ্যক্ষ আছিল আৰু ভগ্নী সুৰিন্দৰ কৌৰে আই আৰ এছৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ স্বামী ভি এন তিৱাৰী পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। তেওঁৰ পুত্ৰ মনীষ তিৱাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু কন্যা পুনীত তিৱাৰীয়ে‍ আমেৰিকাত বসতি কৰিছে‍।১৭

মৃত্যু

দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত ২০১৮ চনৰ ১৫ জানুৱাৰীত অমৃত কৌৰ তিৱাৰীৰ মৃত্যু হয়।১৮

তথ্যসূত্ৰ

  1. ↑ (15 April 2009). Support Manish Tewari. Jassikangura
  2. ↑ (6 February 2014). PGI starts dental treatment for young children
  3. ↑ Service, Tribune News. Prof Amrit Tewari, former PGI Dean, passes away at 80. Tribuneindia News Service
  4. ↑ obituary. www.isppd.org.in
  5. ↑ (2015). Life member of ISPPD. Indian Society of Pedodontics and Preventive Dentistry
  6. ↑ (2015). Fellow of Indian Dental Association. Indian Dental Association
  7. ↑ (2016). List of Fellows - NAMS. National Academy of Medical Sciences
  8. ↑ (22 December 2011). Congress leaders' kin in house. Times of India
  9. ↑ MINUTES OF THE 211 th MEETING. Chandigarh Municipal Corporation
  10. ↑ (2015). List of Emeritus Professors of the Institute. Post Graduate Institute of Medical Education and Research
  11. ↑ WorldCat identity. WorldCat
  12. ↑ Lotika Wadhwa; Ashok Utreja; Amrit Tewari. (January 1993). A study of clinical signs and symptoms of temporomandibular dysfunction in subjects with normal occlusion, untreated, and treated malocclusions. American Journal of Orthodontics and Dentofacial Orthopedics. পৃ. 54–61
  13. ↑ Ved Prakash Jalili. (1986). Fluorides and dental caries: a compendium. Indian Dental Association. পৃ. 114
  14. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  15. ↑ (2015). Pierre Fauchard Academy Certificate of Merit. Pierre Fauchard Academy
  16. ↑ (2015). MANISH TEWARI- Biography. NRI Internet
  17. ↑ Service, Tribune News. Prof Amrit Tewari, former PGI Dean, passes away at 80. Tribuneindia News Service
  18. ↑ (2018-01-15). Congress leader Manish Tewari's mother no more. The Indian Express

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃত তিৱাৰী” প্ৰবন্ধৰ সংশোধন ৬১২৫০৮ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।