অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিয় কুমাৰ বাগচী

অমিয় কুমাৰ বাগচী (Amiya Kumar Bagchi; জন্ম ১৯৩৬ - ২৮ নৱে‍ম্বৰ ২০২৪) হ'ল এগৰাকী বিশিষ্ট ভাৰতীয় অৰ্থনৈতিক ইতিহাসবিদ।

হালনাগাদ: ২৫ জুলাই ২০২৬ ৪৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অমিয় কুমাৰ বাগচী (Amiya Kumar Bagchi; জন্ম ১৯৩৬ - ২৮ নৱে‍ম্বৰ ২০২৪) হ'ল এগৰাকী বিশিষ্ট ভাৰতীয় অৰ্থনৈতিক ইতিহাসবিদ।১

জীৱন আৰু কেৰিয়াৰ

বাগচী কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ আৰু ১৯৬৩ চনত কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা পি এইচ ডি লাভ কৰে।২ প্ৰেচিডেন্সি কলেজৰ পৰা তেওঁৰ শিক্ষকতাৰ জীৱন আৰম্ভ হয়, তাৰ পাছত ১৯৬০ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অনুষদত কিছুদিন কাম কৰে, য'ত তেওঁ জিছুছ কলেজৰ ফেলো আছিল।৩ ১৯৬৯ চনত তেওঁ পদত্যাগ কৰি প্ৰেচিডেন্সি কলেজলৈ উভতি যায়।২৪

১৯৭৪ চনত তেওঁ কলিকতাত নতুনকৈ প্ৰতিষ্ঠা হোৱা চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল ছায়েন্সত যোগদান কৰে।২৩

বাগচী ভাৰতীয় বেংকিং আৰু বিত্ত ইতিহাসৰ বিশেষজ্ঞ আছিল আৰু ১৯৯৭ চনলৈকে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ চৰকাৰী ইতিহাসবিদ হিচাপে কাম কৰিছিল।৫

২০০১ চনত কলকাতাৰ সমাজ বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ অধ্যাপক হিচাপে অৱসৰ লোৱাৰ পাছত তেওঁ কলকাতা উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক-সঞ্চালক হয়।৫

পুৰস্কাৰ আৰু সন্মান

২০০৫ চনত বাগচীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।৬

মৃত্যু

২০২৪ চনৰ ২৮ নৱেম্বৰত বাগচীৰ মৃত্যু হয়।২৩

সাহিত্য-কৰ্ম

বাগচীয়ে ২৫০ টাতকৈও অধিক শৈক্ষিক প্ৰবন্ধ, অসংখ্য কিতাপ আৰু মনোগ্ৰাফৰ লেখক আৰু সম্পাদনাৰ সৈতে জডি়ত আছিল৷

তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত আছে‍৭-

  • 2010 Colonialism and Indian Economy, Oxford University Press
  • 2005 Perilous Passage: Mankind and the Global Ascendancy of Capital, Rowman & Littlefield Publishers
  • 2004 The Developmental State in History and in the Twentieth Century, New Delhi: Regency
  • 2002 Capital and Labour Redefined: India and the Third World, Anthem Press
  • 1997 The Evolution of the State Bank of India: The Era of the Presidency Banks 1876–1920, Sage Publications
  • 1989 The Presidency Banks and the Indian Economy 1876–1914, Bombay: Oxford University Press
  • 1987 Public Intervention and Industrial Restructuring in China, India and Republic of Korea, New Delhi: ILO-ARTEP
  • 1987, reissued 2006 The Evolution of the State Bank of India. The Roots, 1806–1876, Oxford University Press; reissued by Penguin Portfolio
  • 1982 The Political Economy of Underdevelopment, Cambridge University Press
  • 1972 Private Investment in India 1900–1939, Cambridge University Press

সম্পাদনা কৰা আৰু সহ-সম্পাদনা কৰা সংকলনসমূহ হ'ল

  • 2013 Transformation and Development: The Political Economy of Transition in China and India (with Anthony P. D'Costa) New Delhi: Oxford University Press
  • 2007 Capture and Exclude: Developing Economies and the Poor in Global Finance (with Gary A. Dymski) New Delhi: Tulika
  • 2005 Webs of History: Information, Communication and Technology from Early to Post-Colonial India (with D. Sinha and B. Bagchi), New Delhi: Manohar
  • 2005 Maladies, Preventives, and Curatives: Debates in Public Health in India (with K. Soman), New Delhi: Tulika
  • 2003 Economy and the Quality of Life: Essays in Memory of Ashok Rudra (with M. Chattopadhyay and R. Khasnabis), Kolkata: Dasgupta & Co.
  • 2002 Money and Credit in Indian History since Early Medieval Times, New Delhi: Tulika
  • 1999 Multiculturalism, Liberalism and Democracy (with R. Bhargava and R. Sudarshan), Oxford University Press
  • 1999 Economy and Organization: Indian Institutions under the Neoliberal Regime, Sage Publications
  • 1995 Democracy and Development: Proceedings of the IEA Conference Held in Barcelona, Spain, Palgrave Macmillan
  • 1995 New Technology and the Workers’ Response: Microelectronics, Labour and Society, Sage Publications
  • 1988 Economy, Society and Polity: Essays in the Political Economy of Indian Planning in Honour of Professor Bhabatosh Datta, Oxford University Press

কিতাপৰ অধ্যায়

  • Bagchi, Amiya Kumar. (2009). Arguments for a better world: essays in honor of Amartya Sen | Volume II: Society, institutions and development. Oxford University Press. পৃ. 31–47. ISBN 9780199239979

তথ্যসূত্ৰ

  1. ↑ Kurien, C. T. (3 October 2006). An 'alternative history'. দ্য হিন্দু
  2. ↑ (29 November 2024). Amiya Bagchi, the man who made economics a tool for devpt, dies. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Patnaik, Prabhat. (29 November 2024). Economic historian Amiya Kumar Bagchi passes away. The Hindu
  4. ↑ Patnaik, Prabhat. (11 December 2024). An irreparable loss. The Telegraph
  5. ↑ Chakraborty, Achin. (16 December 2024). Amiya Kumar Bagchi: A People-Centric Intellectual Journey. The India Forum
  6. ↑ Padma Awards Directory (1954–2017). Ministry of Home Affairs. পৃ. 80
  7. ↑ <!--former URL at idsk.org/amiya.html-->; Amiya Kumar Bagchi. '''. Institute of Development Studies Kolkata

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিয় কুমাৰ বাগচী” প্ৰবন্ধৰ সংশোধন ৬১৯২৫০ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।