অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ ( Akhil Bharatiya Ram Rajya Parishad: সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল। লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।

হালনাগাদ: ১৯ আগষ্ট ২০২৪ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ ( Akhil Bharatiya Ram Rajya Parishad: সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল।১ লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।২ ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত বিধানসভাৰ কেইবা ডজনো আসন লাভ কৰিছিল; সকলোবোৰ হিন্দী বেল্টৰ আসন আৰু বেছিভাগেই ৰাজস্থানৰ। আন হিন্দুত্বভিত্তিক দলসমূহৰ দৰে ৰামৰাজ্য পৰিষদেও ভাৰতত হিন্দু সংহিতা বিধেয়কসমূহ কাৰ্যকৰী কৰাৰ বিৰুদ্ধে যুঁজিছিল।৩ অৱশেষত এই দলটো ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘত একত্ৰিত হয়।৩

নিৰ্বাচনী প্ৰদৰ্শন

লোকসভা

বৰ্ষলোকসভানেতালাভ কৰা আসনআসনৰ পৰিবৰ্তনশতাংশ (ভোটৰ)ভোটৰ হ্ৰাস-বৃদ্ধিলাভ কৰা ভোটৰ সংখ্যাফলাফল
১৯৫২১ম লোকসভাস্বামী কৰপাত্ৰী৩নৱগঠিত১.৯৭%নৱগঠিত২০.৯১,৮৯৮
১৯৫৭২য় লোকসভা০3০.৩৮%১.৫৯%৪,৬০,৮৩৮
১৯৬২৩য় লোকসভা২2০.৬০%০.২২%৬,৮৮,৯৯০

তথ্যউৎস

তথ্যসূত্ৰ

  1. ↑ Kumar, Sajjan. (4 August 2020). The conservative challenge to Hindutva. The Hindu
  2. ↑ Biographical sketches of Third Lok Sabha. National Informatics Centre, Government of India
  3. ↑ LS Herdenia. Uniform Civil Code: How RSS and Hindu swamis fought tooth and nail the Hindu Code Bill

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিলুুপ্ত ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪২৯২৩৬ (১৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।