হিন্দী টেলিভিছনৰ অভিনেত্ৰী
৩৬ প্ৰবন্ধ
-
সুগন্ধা গাৰ্গ
সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা। তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।
-
সুস্মিতা মুখাৰ্জী
সুস্মিতা মুখাৰ্জী (ইংৰাজী: Sushmita Mukherjee; জন্ম: ১১ নৱেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ কেৰিয়াৰ হিন্দী চিনেমা, টেলিভিছন আৰু থিয়েটাৰত বিস্তৃত হৈ আছে। টেলিভিছন ধাৰাবাহিক গংগা আৰু গোলমাল: ফান আনলিমিটেড (২০০৬) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপকভাৱে পৰিচিত হৈছিল।
-
সোনালিকা প্ৰসাদ
সোনালিকা প্ৰসাদ (ইংৰাজী: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি।
-
হেলী শ্বাহ
হেলী শ্বাহ (ইংৰাজী: Helly Shah; জন্ম: ৭ জানুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ২০১০ চনত জিন্দগী কা হৰ ৰং...গুলালত টলীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
ৰিচা আহুজা
ৰিচা আহুজা এগৰাকী পূৰ্ব ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে হিন্দী, তামিল, ইংৰাজী আৰু ফৰাচী ভাষাৰ চলচ্চিত্ৰ আৰু নাটকৰ ক্ষেত্ৰত অভিনয় কৰিছিল। কিন্তু তাৰ পিছত তেওঁক চলচ্চিত্ৰ জগতত দেখিবলৈ পোৱা নগ'ল।
-
ৰুচা হাছাবনিছ
ৰুচা হাছাবনিছ জগদালে (ইংৰাজী: Rucha Hasabnis; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰপৰা ২০১৪ চনলৈকে ষ্টাৰ প্লাছৰ বিখ্যাত ধাৰাবাহিক সাথ নিভানা সাথিয়াত ৰাশি শ্বাহ মোডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।