লেখিকা
২৭৫ প্ৰবন্ধ
-
ৰোহিনী চৌধুৰী
ৰোহিনী চৌধুৰী (জন্ম ১৯৬৩) এগৰাকী ভাৰতীয় শিশু সাহিত্যিক আৰু সাহিত্য অনুবাদক। শিশুৰ বাবে তেওঁৰ প্ৰকাশিত লেখা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচনা কৰা হৈছে, আৰু ইয়াত অনুবাদ, উপন্যাস, চুটিগল্প, আৰু অ-কল্পকাহিনী আদি অন্তৰ্ভুক্ত কৰা হৈছে।
-
ৰ’জেনা মাৰ্ট
ৰ’জেনা মাৰ্ট (জন্ম ১৯৬২) এগৰাকী দক্ষিণ আফ্ৰিকান লেখিকা, আৰু অধ্যাপিকা, বৰ্তমান ডাৰবানত বাস কৰে। চেণ্টাৰ ফৰ ক্ৰিটিকেল ৰিচাৰ্চ অন ৰেচ এণ্ড আইডেণ্টিটিৰ সঞ্চালিকা। তেওঁৰ লেখাৰ বাবে, আৰু বৰ্ণবৈষম্য আৰু নাৰীৰ ওপৰত হোৱা হিংসাৰ বিৰোধিতা কৰা কামৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
-
ৱালিদ আল-হুছেইনী
ৱালিদ আল-হুছেইনী বা ৱালিদ হুছেইন (Waleed Al-Husseini, জন্ম ২৫ জুন, ১৯৮৯) এগৰাকী পেলেষ্টাইনী নাস্তিক, ৰচনাকাৰ, লেখক, ব্লগাৰ, প্ৰাক্তন মুছলমান আৰু ফ্ৰান্সৰ প্ৰাক্তন মুছলমান পৰিষদৰ প্ৰতিষ্ঠাপক। পশ্চিম পাৰৰ কালকিলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা হুছেইনীয়ে ২০১২ চনৰ পৰা ফ্ৰান্সত বাস কৰি আহিছে।
-
ৱেই টিংটিং
ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।