মহিলা উগ্ৰপন্থী
১৫ প্ৰবন্ধ
-
জামিলা বুৱাজ্জা
জামিলা বুৱাজ্জা (আৰবী: جميلة بوعزة; ১৯৩৮ – ১২ জুন ২০১৫), আছিল এজন আলজেৰিয়ান মহিলা উগ্ৰপন্থী, যিয়ে আলজেৰিয়ান জাতীয়তাবাদক সমৰ্থন কৰিছিল আৰু ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।
-
জামিলা বৌহাইৰ্ড
জামিলা বৌহাইৰ্ড (আৰবী: جميلة بوحيرد, জন্ম জুন ১৯৩৫) এজন আলজেৰিয়ান জাতীয়তাবাদী উগ্ৰপন্থী, যিয়ে নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য হিচাপে আলজেৰিয়াত ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।
-
আনা মাৰিয়া
আনা মাৰিয়া (১৭ মে' ১৯২৯ – ৬ এপ্ৰিল ১৯৮৩) এল ছালভাডৰৰ এফএমএলএন গঠন কৰা পাঁচটা গেৰিলা সংগঠনৰ ভিতৰত আটাইতকৈ পুৰণি ফুয়েৰ্জাছ পপুলাৰেছ ডি লিবাৰেচন ফাৰাবুণ্ডো মাৰ্টি (এফপিএল)ৰ দ্বিতীয় কমাণ্ড ড° মেলিডা আনয়া মণ্টেছৰ নম-ডি-গুৱেৰ আছিল।
-
এষ্টাৰ নৰ্মা আৰোষ্টিতো
এষ্টাৰ নৰ্মা আৰোষ্টিতো ( Esther Norma Arrostito; ১৭ জানুৱাৰী ১৯৪০ – ১৫ জানুৱাৰী ১৯৭৮) আছিল আৰ্জেণ্টিনাৰ ৰাজনৈতিক চৰম বাঁওপন্থী উগ্ৰপন্থী, প্ৰথম অৱস্থাত কমিউনিষ্ট মতাদৰ্শৰ ঘনিষ্ঠ আছিল।
-
কমাণ্ডাৰ লিৱেৱে
ৰেমেডিঅ'ছ গুইণ্টো গোমেজ পাৰাইছ’ (জন্ম ৰেমেডিঅ’ছ গুইণ্টো গোমেজ, ১২ জুলাই, ১৯১৮ – ১৫ মে', ২০১৪), মূলতঃ কুমাণ্ডাৰ লিৱেৱে নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ এজন গেৰিলা যুঁজাৰু আছিল।
-
গুলনাজ কাৰাটাছ
গুলনাজ কাৰাটাছ (১৯৭১–২৫ অক্টোবৰ ১৯৯২), nom de guerre, Bêrîtan, কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (PKK)ৰ এগৰাকী মহিলা সংগ্ৰামী আছিল। মৃত্যুৰ পাছত তেওঁ কুৰ্দি সাংস্কৃতিক ব্যক্তিত্বত পৰিণত হয় আৰু গেৰিলা আন্দোলনৰ ভিতৰত মহিলাৰ প্ৰতীক হৈ পৰে।
-
ছাদিয়া আবু গাজালেহ
ছাদিয়া আবু গাজালেহ ( ৮ জানুৱাৰী ১৯৪৯ – ২৮ নৱেম্বৰ ১৯৬৮) আছিল এগৰাকী পেলেষ্টাইনী উগ্ৰপন্থী। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি)ত যোগদান কৰে আৰু ইজৰাইলে পশ্চিম তীৰ দখলৰ বিৰোধিতা কৰা পেলেষ্টাইনী ফেডাইনত অংশগ্ৰহণ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম।
-
ফাতমা ইছমাইল ছালমান
ফাতমা ইছমাইল ছালমান; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৩৭ – মৃত্যু: ২ জুন ২০২০; আছিল এগৰাকী পেলেষ্টাইনী সক্ৰিয় কৰ্মী আৰু বিপ্লৱী।
-
মাক থি বুৱ’ই
মাক থি বুৱ’ই (১৯২৭–১৯৫১) ১৯৫৫ চনত ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে ভিয়েটনামী জনসাধাৰণৰ সশস্ত্ৰ বাহিনীৰ নায়ক উপাধিৰে পুৰস্কৃত কৰা লোকসকলৰ ভিতৰত এগৰাকী আছিল। তেওঁ ১৯২৭ চনত হাই ডং প্ৰদেশৰ নাম চাচ জিলাৰ নাম টান কমিউনত জন্মগ্ৰহণ কৰে।
-
মাৰ্থা ফ্ৰেইড
মাৰ্থা ফ্ৰেইড ( Martha Frayde) জন্ম: ১৫ আগষ্ট ১৯২০ হাভানা, মৃত্যু ৪ ডিচেম্বৰ ২০১৩ মাদ্ৰিদ; এগৰাকী কিউবান চিকিৎসক, প্ৰতিবাদী আৰু বিপ্লৱী।
-
মেজৰ আনা মাৰিয়া
মেজৰ আনা মাৰিয়া হৈছে মেক্সিকোৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ছান ক্ৰিষ্টোবাল দে লাছ কাছাছত জাপাটিষ্টা বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰথম সামৰিক নম ডি গিয়েৰ নেতাসকলৰ এগৰাকী।
-
লিলিয়ান মাৰ্চিডিজ লেটোনা
লিলিয়ান মাৰ্চিডিজ লেটোনা, জন্ম: ২৪ ছেপ্টেম্বৰ, ১৯৫৪ – মৃত্যু: ১ আগষ্ট, ১৯৮৩ চন; তেওঁ আছিল ছালভাডৰৰ গেৰিলা আৰু কমিউনিষ্ট বিপ্লৱী, ফাৰাবুণ্ডো মাৰ্টি নেচনেল লিবাৰেচন ফ্ৰণ্ট (এফএমএলএন)ৰ সদস্য।
-
সোহা বেচাৰা
সোহা বেচাৰা (অসমীয়া বানান চোহা; আৰবী: سهى بشارة; জন্ম ১৫ জুন ১৯৬৭) খিয়াম ডিটেনচন চেণ্টাৰৰ এগৰাকী লেবাননৰ প্ৰাক্তন বন্দী। ১৯৮৮ চনত ইজৰাইল সমৰ্থিত দক্ষিণ লেবানন সেনাবাহিনীৰ (এছ এল এ) তেতিয়াৰ নেতা এণ্টোৱান লাহাদক হত্যা কৰাৰ বিফল চেষ্টা কৰে; তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি খিয়ামৰ এছ এল এৰ কুখ্যাত…
-
হাইডি তামাৰা বাংকে
হাইডি তামাৰা বাংকে বিডাৰ ( Haydie Tamara Bunke Bider; ১৯ নৱেম্বৰ, ১৯৩৭ – ৩১ আগষ্ট, ১৯৬৭) আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা এগৰাকী পূব জাৰ্মান বিপ্লৱী আছিল যিয়ে বাওঁপন্থী ৰাজনীতি আৰু মুক্তি আন্দোলনৰ সৈতে জড়িত হোৱাৰ বাবে পৰিচিত।
-
হানাদি টাইছি
হানাদি টাইছিৰ আব্দুল মালেক জাৰাদাত (২২ ছেপ্টেম্বৰ ১৯৭৫ – ৪ অক্টোবৰ ২০০৩) আছিল জেনিনৰ এগৰাকী পেলেষ্টাইনী আত্মঘাতী বোমাৰু, যিয়ে ২০০৩ চনৰ ৪ অক্টোবৰ শনিবাৰে ৪০ বছৰতকৈও অধিক সময় ধৰি একেটা ইহুদী আৰু আৰব পৰিয়ালৰ সহ-মালিকানাধীনত থকা হাইফাৰ ৰেষ্টুৰেণ্ট মেক্সিম ৰেষ্টুৰেণ্টত আত্মঘাতী আক্ৰমণ চলাই নিজকে…