চিত্ৰশিল্পী
১৩১ প্ৰবন্ধ
-
হোছেইন বেহজাদ
হোছেইন বেহজাদ ( Hossein Behzad) আৰু (পাৰ্চী ভাষাত: حسین بهزاد ); জন্ম হৈছিল ১৮৯৪ আৰু মৃত্যু হৈছিল ১৩ অক্টোবৰ ১৯৬৮ চনত। হোছেইন বেহজাদ আছিল এজন প্ৰখ্যাত ইৰাণী চিত্ৰশিল্পী।
-
হোদা হাদাদি
হোদা হাদাদি (Hoda Hadadi) ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী, লেখিকা আৰু কবি। তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়।
-
ৰাকেল গমেইৰো
ৰাকেল ৰক গমেইৰো অট্টোলিনি (১৮৮৯–১৯৭০) আছিল এগৰাকী বিশিষ্ট পৰ্তুগীজ চিত্ৰকৰ আৰু ওৱাটাৰ কালাৰ পেইণ্টাৰ। ১৯০৯ চনৰ পৰা লিছবনৰ ছ’চিয়েড নেচনেল ডি বেলাছ-আৰ্টেছত তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰি ১৯২৯ চনত এছ এন বি এৰ ওৱাটাৰ কালাৰৰ পদক লাভ কৰে।
-
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ'(ৰাধা আৰু কৃষ্ণই ফুলৰ বাগিচা এখনত খোজ কাঢ়িছে) হৈছে প্ৰায় ১৭২০ চনত দ্য কোটা মাষ্টাৰ নামেৰে জনাজাত এজন অচিনাক্ত শিল্পীৰ এখন চিত্ৰ। ই মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট, / এছিয়ান আৰ্টত সংগ্ৰহিত হৈ আছে।
-
ৰাফায়েল
ৰাফায়েল (Raffaello Sanzio da Urbino) ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা (clarity of form) তথা সৃষ্টিৰ সৰলতা (ease of composition)ৰ বাবে প্ৰসিদ্ধ।
-
ৰুডল্ফ বন্নেট
জ’হান ৰুডল্ফ বন্নেট (Johan Rudolf Bonnet, জন্ম: ৩০ মাৰ্চ ১৮৯৫ (আমষ্টাৰডাম),- মৃত্যু: ১৮ এপ্ৰিল, ১৯৭৮ (লৰেন)) হৈছে এগৰাকী ডাচ আৰ্টিষ্ট, যি জীৱনৰ বেছিভাগ সময় ইণ্ডোনেছিয়াৰ বালিৰ উবুদত কটাইছিল।
-
ৰুবী লিণ্ডছে
ৰুবী লিণ্ডছে (২০ মাৰ্চ ১৮৮৫ – ১২ মাৰ্চ ১৯১৯) এগৰাকী অষ্ট্ৰেলিয়ান চিত্ৰকৰ আৰু অংকন শিল্পী আছিল। তেওঁ নৰ্মান লিণ্ডছে আৰু পাৰ্চী লিণ্ডছেৰ ভগ্নী আছিল।
-
ৰেখা ৰদ্বিতিয়া
ৰেখা ৰদ্ৱিতিয়া ( Rekha Rodwittiya; জন্ম: ৩১ অক্টোবৰ ১৯৫৮) বৰোদা স্কুলৰ সৈতে জড়িত এগৰাকী সমসাময়িক ভাৰতীয় শিল্পী। অতিবাস্তৱবাদ আৰু যাদুকৰী বাস্তৱবাদৰ শৈলীৰ জৰিয়তে চিত্ৰিত ৰূপক আৰু ৰূপক আখ্যানমূলক চিত্ৰৰ বাবে তেওঁ পৰিচিত।
-
ৰেজিনা ঘাজৰিয়ান
ৰেজিনা তাদেভোছি ঘাজৰিয়ান এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী আৰু ৰাজহুৱা কৰ্মী আছিল। তেওঁৰ জন্ম ১৯১৫ চনৰ ১৭ এপ্ৰিলত, ইয়েৰেভানত আৰু মৃত্যু হয় ১৯৯৯ চনৰ ৬ নৱেম্বৰত ইয়েৰেভানত।
-
ৰ’জাৰ ব্ৰু
ৰ’জাৰ ব্ৰু লপ (১৫ ফেব্ৰুৱাৰী ১৯২৩ – ২৬ মে' ২০২১) নব্য-ৰূপক শিল্প আন্দোলনৰ সৈতে জড়িত স্পেইনত জন্মগ্ৰহণ কৰা চিলিৰ চিত্ৰশিল্পী আৰু খোদিতকাৰী আছিল।
-
ৱাং ইউয়েলিয়ান
ৱাং ইউয়েলিয়ান (১৭৭৮–১৮২৭; চীনা: 王嶽蓮), যাক জিংলিয়ান (淨蓮) বুলিও কোৱা হয়, চিং ৰাজবংশৰ সময়ছোৱাৰ এগৰাকী চীনা দাওবাদী সন্ন্যাসিনী আছিল। তেওঁ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী, কবি আৰু কলিগ্ৰাফাৰ হিচাপে পৰিচিত আছিল।