আধুনিক ইতিহাস
১৫ প্ৰবন্ধ
-
দ্বিতীয় বিশ্বযুদ্ধ
দ্বিতীয় বিশ্বযুদ্ধ (World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দেশেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষীয়শক্তি।
-
প্ৰথম বিশ্বযুদ্ধ
প্ৰথম বিশ্বযুদ্ধ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসমৰ। ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১১ নৱেম্বৰ ১৯১৮ চনলৈ চলিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগলৈ এইখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি কোৱা হৈছিল। দ্বিতীয়খন বিশ্বযুদ্ধৰ পাছৰপৰাহে ইয়াক প্ৰথম বিশ্বযুদ্ধ বোলা হৈছে।
-
ক'ভিড-১৯ বৈশ্বিক মহামাৰী
২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ প্ৰকোপ বা ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী (2019–20 coronavirus pandemic) হৈছে বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ক'ৰ'না ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা।
-
বাংলাদেশৰ মুক্তিযুদ্ধ
{{Infobox military conflict | image = | caption = | partof = শীতল যুদ্ধ | date = ২৬ মাৰ্চ – ১৬ ডিচেম্বৰ, ১৯৭১ | place = পূব পাকিস্তান | casus = | territory = পূব পাকিস্তানৰ পৰা বাংলাদেশ | result = বাংলাদেশ আৰু ভাৰতৰ জয়, পাকিস্তানৰ পৰাজয়, Subsequent independence of Bangladesh, Eastern Military…
-
ফৰাচী বিপ্লৱ
ফৰাচী বিপ্লৱ (Révolution française) হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ উৎখাট কৰি গণতন্ত্ৰিক আদৰ্শৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অৱশেষত নেপোলিয়ন বোনাপাৰ্টৰ একনায়কত্তবাদত সমাপ্তি…
-
শিল্প বিপ্লৱ
১৭৬০ চনৰ পৰা আৰম্ভ কৰি ১৮২০-ৰ পৰা ১৮৪০-ৰ মাজলৈ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰিকৰী, সামাজিক, আৰ্থিক তথা সংস্কৃতিক ক্ষেত্ৰত বহুতো পৰিবৰ্তন ঘটে। ইয়াকে শিল্প বিপ্লৱ (Industrial Revolution) বা প্ৰথম শিল্প বিপ্লৱ নামেৰে জনা যায়।
-
বৰ্ণবৈষম্য নীতি
বৰ্ণবৈষম্য নীতি বা আপাৰ্টহাইট (আফ্ৰিকান্স ভাষাত: Apartheid) দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম আফ্ৰিকা (বৰ্তমানৰ নামিবিয়া)-ত ১৯৪৮ চনৰ পৰা ১৯৯০-ৰ দশকলৈ চলা জাতিগত বিভাজনৰ এক নীতি বা ব্যৱস্থা।
-
গৌৰৱ যাত্ৰা
গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (Pride parade) হৈছে সমকামী নাৰী, গে', উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান।
-
শীতল যুদ্ধ
শীতল যুদ্ধ (Cold War; холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ'ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা।
-
মহামন্দা
মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল।
-
সাংস্কৃতিক বিপ্লৱ
সাংস্কৃতিক বিপ্লৱ (Cultural Revolution), আনুষ্ঠানিকভাৱে মহান সৰ্বহাৰা সাংস্কৃতিক বিপ্লৱ (Great Proletarian Cultural Revolution), আছিল ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনত চলা এক সামাজিক তথা ৰাজনৈতিক আন্দোলন। এই বিপ্লৱটো আৰম্ভ কৰিছিল চীনৰ কমিউনিষ্ট দলৰ সভাপতি মাও জেদঙে।
-
ব্ৰেক্সিট
ব্ৰেক্সিট হ'ল ইউৰোপিয়ান ইউনিয়নৰপৰা (ইইউ) যুক্তৰাজ্যৰ বিদায়। ই আছিল অনেক লোক, তৰ্ক গোট আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য। ই যুক্তৰাজ্যই ১৯৭৩ত ইউৰোপীয় সংঘৰ পূৰ্বসুৰী ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (ইইচি) যোগদান দিয়াৰ পাছৰে পৰাই গঢ় লৈ উঠিল। ইইচিত সদস্যপদ আগবঢ়াই নিয়াৰ সিদ্ধান্ত ১৯৭৫ত ৬৭% ভোটেৰে লোৱা হ'ল।
-
কলোম্বিয়ান বিবাদ
কলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক গোট, অপৰাধী আৰু বাওঁপন্থী গুৱেৰিলা গোট যেনে ৰিভ'লিউচনেৰী আৰ্মড ফ'ৰ্চেচ অৱ কলোম্বিয়াৰ আৰু নেচনেল লিবাৰেচন আৰ্মিৰ মাজত। সকলোৱে কমোম্বিয়ান ভূখণ্ডত প্ৰভাৱ বিস্তাৰৰ বাবে যুদ্ধৰত।
-
জৰ্জ ফ্লইড হত্যাকাণ্ড
২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।
-
হালধীয়া চোলাবোৰৰ আন্দোলন
হালধীয়া চোলাবোৰৰ আন্দোলন (Mouvement des gilets jaunes; মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন।