অসমৰ স্বাধীনতা সংগ্ৰামী
৭০ প্ৰবন্ধ
-
থানেশ্বৰ গগৈ
থানেশ্বৰ গগৈ ( Thaneswar Gogoi) এগৰাকী ভাৰতৰ স্বাধীনতা যুঁজৰ যুঁজাৰু আছিল৷ ১৯১৬ চনৰ ভাদ মাহৰ শুক্লা অষ্টমী তিথিত জন্ম গ্ৰহণ কৰা এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ১৯৩৫ চনত প্ৰথম বিভাগত এণ্ট্ৰেন্স পাছ কৰি উচ্চশিক্ষাৰ অভিলাষ বাদ দি মহাত্মাৰ অনুগামী হৈ লক্ষীমপুৰ জিলাত এটি সেৱাদল গঠন কৰি স্বাধীনতা আন্দোলনৰ…
-
নজিব আলী চৌধুৰী
নজিব আলী চৌধুৰী (Najib Ali Choudhury) ১৯ শতিকাৰ এগৰাকী বঙালী সম্প্ৰদায়ৰ মুছলিম পণ্ডিত আৰু শিক্ষক আছিল। বৰাক উপত্যকা অঞ্চলত প্ৰথমখন মাদ্ৰাছা ‘মডিনাতুল উলুম বাগবাৰী’ প্ৰতিষ্ঠাতা ৰূপে তেওঁ পৰিচিতি লাভ কৰিছিল।
-
পূৰ্নানন্দ দত্ত
পূৰ্ণানন্দ দত্ত (Purnananda Dutta) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁৰ জন্ম হয় ১৯১২ চনৰ ৫ মাৰ্চত লক্ষীমপুৰ জিলাৰ ঢলপুৰত। তেখেতে ১৯৩২ চনত কংগ্ৰেছত যোগদান কৰিয়েই মহাত্মা গান্ধীৰ কঠোৰ আদৰ্শ মানি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে।
-
প্ৰফুল্ল কুমাৰ সাহা
প্ৰফুল্ল কুমাৰ সাহা এজন অসমৰ ভাৰত স্বাধীনতা সংগ্ৰামী।
-
বলো সুত
বলো সুত( Bolo Sut) ওৰফে বালিৰাম সুত নগাঁও জিলাৰ চলচলি বিৰহীগাঁৱৰ৷ তেওঁৰ পিতৃৰ নাম আছিল ভেবেলা সুত আৰু মাতৃ শুকুৰী৷ কৃষক সন্তান বলো সুত বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বঢ়মপুৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালনৰ কাৰ্যসূচীত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত নিহত হয়৷ শ্বহীদ হোৱাৰ পৰত তেওঁ পত্নী বাউলী, দুটি ল’ৰা,…
-
মণিৰাম কছাৰী
মণিৰাম কছাৰী ( Moniram Kachari)ৰ জন্ম হৈছিল ঢেকীয়াজুলিৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ১ নং বৰপুখুৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল, থথা কছাৰী৷ ১৮৮৭ চনত জন্ম গ্ৰহণ কৰা মণিৰাম কছাৰী প্ৰইমাৰী স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়ি খেতি-বাতি কৰি জীৱিকা আৰ্জন কৰিছিল৷ কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হিচাপে তেওঁ গয়া আৰু নাগপুৰত…
-
মনবৰ নাথ
মনবৰ নাথ(Monbor Nath) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ তেওঁ অসমৰ ঢেকিয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়৷ তেওঁৰ জন্ম নগাঁও জিলাৰ হাতীচোং মৌজাৰ জামুগুৰিত৷ তেওঁৰ জন্ম হৈছিল ১৯২৪ চনত আৰু মৃত্যূ হৈছিল ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা…
-
লক্ষী হাজৰিকা
লক্ষী হাজৰিকা ( Lakhkhi Hajarika)ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ জন্ম ১৯০৭ চনৰ ৯ জুন তাৰিখে নগাঁও জিলাৰ শিঙিয়া পোটনি মৌজাৰ বঢ়মপুৰ হাজৰিকা চুকত৷ পিতৃৰ নাম আছিল ধনাই হাজৰিকা আৰু মাতৃৰ নাম আছিল জানেকী হাজৰিকা৷ আনুষ্ঠানিক শিক্ষা হিচাপে…
-
লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে।
-
লেৰেলা বড়ো
লেৰেলা বড়ো( Lerela Boro) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ বিয়াল্লিছৰ আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত আহত হৈ পিছত বৰ শোকজনক অৱস্থাত মৃত্যু হয়৷ লেৰেলা বড়োৰ জন্ম ঢেকিয়াজুলি মৌজাৰ কেহেৰুখন্দা গাঁৱত৷ পিতৃৰ নাম গপ কছাৰী৷ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি…