অসমৰ সমাজকৰ্মী
৩৭ প্ৰবন্ধ
-
প্ৰদ্যুত বৰা
প্ৰদ্যুত বৰা ( Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।
-
বন্দিতা আচাৰ্য
বন্দিতা আচাৰ্য (Bondita Acharya; জন্ম: ১২ ডিচেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু মানৱ অধিকাৰকৰ্মী। তেওঁ চাহ বাগানৰ বিষয়াসকলৰ সৈতে কাম কৰি বাগিচা অঞ্চলত বাস কৰা ছোৱালীসকলৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত।
-
সোণাৰাম পাঞাং কটকী
সোণাৰাম পাঞাং কটকী (১৮৮৫ – ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
-
ৰাজেন ৰাভা
ৰাজেন ৰাভা (Rajen Rabha) আছিল গোৱালপাৰা জিলাৰ দুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।
-
কোহিৰাম দাস
কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।
-
দিপ্লু ৰঞ্জন শৰ্মা
দিপ্লু ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়
-
শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস
শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা এগৰাকী সমাজসেৱী, সাহিত্যিক আৰু শিক্ষক আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কেৱলৰাম আৰু মাতৃৰ নাম দময়ন্তী৷ জন্মস্থান সুন্দৰীদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মজলীয়া বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ ভিতৰতে প্ৰথম হৈ বৰপেটা হাইস্কুলত নাম লগায়৷…