অসমৰ জিলা
৩৮ প্ৰবন্ধ
-
বজালী জিলা
বজালী জিলা অসমৰ ৩৪খন জিলাৰ মাজৰ এখন, যাৰ সদৰ পাঠশালাৰ মদন-ৰাউতা নগৰত অৱস্থিত। বৰপেটা জিলাৰ বজালী মহকুমাক পুনৰ্গঠন কৰি ২০২১ চনৰ ১২ জানুৱাৰীত ইয়াক চৰকাৰীভাৱে জিলা হিচাপে গঠন কৰা হয়।
-
মাজুলী জিলা
মাজুলী জিলা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত মাজুলী নদীদ্বীপক কেন্দ্ৰ কৰি গঠিত ৰাজ্যখনৰ এক বিশেষ জিলা। সত্ৰ-সংস্কৃতি, নৱবৈষ্ণৱ পৰম্পৰা আৰু কৃষিভিত্তিক জীৱিকাৰ বাবে এই জিলাখন অসমৰ সমাজ-সংস্কৃতি আৰু গ্ৰামীণ অৰ্থনীতিৰ অধ্যয়নত গুৰুত্বপূৰ্ণ।
-
কাছাৰ জিলা
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
-
কামৰূপ মহানগৰ জিলা
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
-
পশ্চিম কাৰ্বি আংলং জিলা
পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়। জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
-
অবিভক্ত কামৰূপ জিলা
অবিভক্ত কামৰূপ জিলা হৈছে পশ্চিম অসমৰ পূৰ্বৰ এখন প্ৰশাসনিক জিলা, য’ৰ পৰা কামৰূপ গ্ৰাম্য (২০০৩), কামৰূপ মহানগৰ (২০০৩), বৰপেটা (১৯৮৩), নলবাৰী (১৯৮৫) আৰু বাক্সা (২০০৪) জিলাৰ প্ৰতিষ্ঠা কৰা হৈছিল। উপনিৱেশৰ সময়ত ই এক বৃহৎ প্ৰশাসনিক জিলা আছিল আৰু কালক্ৰমত ইয়াৰ আয়তন কমি আহিবলৈ ধৰে।
-
তামুলপুৰ জিলা
তামুলপুৰ জিলা (Tamulpur district) অসমৰ এখন অন্যতম নৱগঠিত জিলা। অসম কেবিনেটে বাক্সা জিলাৰ তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে। ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।
-
অসমৰ জিলাসমূহ
ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা আয়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়াসকলৰ সমন্বয় ৰক্ষা কৰা।