অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ আগষ্ট

জন্ম

  • ১৮৫৯আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৩১ আগষ্ট,১৯৪১)
  • ১৮৮১বিখ্যাত জীৱ বিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং।
  • ১৯১৫ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হৈছিল।
  • ১৯২১স্বাধীনতা সংগ্ৰামী আৰু মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।
  • ১৯৩৩এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ। (মৃত্যু ১৯৮৭)
  • ২০০৭যোৰহাট জিলাৰ মেলেং কাঠ গাওঁ জয়প্ৰীত বৰা জন্ম

মৃত্যু

  • ১৬৩৭ইংৰাজ কবি আৰু নাট্য়কাৰ বেন জনছন।
  • ১৯২৫ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয়।
  • ১৯৯৭ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।
  • ২০০৩ৰবীন বেনাৰ্জী, অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
  • ২০১৯বিজেপিৰ শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হয়।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ