ইতিহাসৰ আজিৰ দিনত
৭ আগষ্ট
জন্ম
- ১৮৭৬মাতা হাৰি (ইংঃ Mata Hari), প্ৰকৃত নাম মাৰ্গাৰেটা গিৰট্ৰুইডা (গ্ৰিইৎজ) মেকলিঅ'ড জেলে এজনী নেডাৰলেণ্ডৰ নৰ্তকী আৰু গুপ্তচৰ। প্ৰথম বিশ্ব যুদ্ধত জাৰ্মানীৰ হৈ গুপ্তচৰ কৰা অভিযোগত ফ্ৰান্সে মৃত্যুদণ্ড প্ৰদান কৰিছিল।
- ১৮৯৯ডিম্বেশ্বৰ নেওগ, প্ৰথিতযশা অসমীয়া সাহিত্যিক।
- ১৯২৫এম এছ স্বামীনাথন, ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ।
- ১৯৬৬জিম্মী ৱেল্ছ, আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী।
মৃত্যু
- ১১০৬চতুৰ্থ হেনৰী, জাৰ্মানীৰ সম্ৰাট।
- ১৮৪৮জনজ জেকব বাৰ্জেলিয়াছ, ছুইডেনৰ ৰসায়ন বিজ্ঞানী।
- ১৯৪১কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সাহিত্যত ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
- ১৯৫৭অলিভাৰ হাৰ্ডি, আমেৰিকান কৌতুক অভিনেতা, 'ল'ৰেল এণ্ড হাৰ্ডি' কথাছবিৰ বাবে জনাজাত।
- ২০১৮এম কৰুণানিধি, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ