অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৩ আগষ্ট

ঘটনাৱলী

  • ১৭৮৪ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবে পিটছ ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হৈছিল।
  • ১৯৫৬লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
  • ২০০৪গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।

জন্ম

  • ১৮৪৮ৰমেশ চন্দ দত্ত, ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰসিদ্ধ লেখক আৰু ইতিহাসবিদ।
  • ১৮৬৩গংগাপ্ৰসাদ বাৰ্মা, স্বাধীনতা সংগ্ৰামী আৰু প্ৰসিদ্ধ ভাৰতীয় ৰাজনীতিবিদ।
  • ১৮৭২ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটৰ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী। তেওঁ ১৯১৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল।
  • ১৮৮৮জন ল'গী বেয়াৰ্ড, টেলিভিছনৰ উদ্ভাৱক।
  • ১৯১২ছালভাডোৰ এডৱাৰ্ড লুৰিয়া(ইংঃ Salvador Edward Luria), নোবেল বঁটা বিজয়ী আমেৰিকান চিকিৎসক।
  • ১৯১৮ফ্ৰেডৰিক ছেংগাৰ, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ।
  • ১৯২৭ফিডেল কাষ্ট্ৰো, কিউবাৰ বিপ্লৱী নেতা জননায়ক।
  • ১৯৫২যোগিতা বালি বলিউডৰ অভিনেত্ৰী।
  • ১৯৬৩শ্ৰীদেৱী, বলিউডৰ প্ৰথম মহিলা মহাতাৰকা (ইংঃ Superstar) অভিনেত্ৰী।
  • ১৯৭৫ছোৱেইব আখটাৰ, ক্ৰিকেট খেলৰ বিশ্বৰ আটাইতকৈ বেগী বলাৰ, পাকিস্থানৰত জন্ম হৈছিল। ২০০৩ চনৰ ক্ৰিকেট বিশ্ব কাপত ইংলেণ্ডৰ বিপক্ষে ১৬১.৩ কিমি/ঘণ্টাত (১০০.২৩ মাইল/ঘণ্টা) বল দলিয়াই বিশ্ব ৰেকৰ্ড গঢ়িছিল।

মৃত্যু

  • ১৮৯১টিকেন্দ্ৰজিৎ, মণিপুৰৰ সেনাপতি। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত আন দুজনৰ সৈতে ইংৰাজে ফাঁচী দিছিল।
  • ১৯১০ফ্লোৰেন্স নাইটিংগেল, ইংৰাজ শুশ্ৰূষাকাৰী আৰু সমাজসেৱীকা।
  • ১৯৪৬এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক, দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন।
  • ২০০০নাজিয়া তাছান, প্ৰখ্যাত গায়িকা।
  • ২০০৩ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
  • ২০১৮সোমনাথ চেটাৰ্জী, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ