ইতিহাসৰ আজিৰ দিনত
৩০ জুলাই
ঘটনাৱলী
- ৭৬২খলিফা আল-মনচুৰে বাগদাদ চহৰ প্ৰতিষ্ঠা কৰিছিল।
- ১৯৭৩মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামকৰণ কৰা হয়।
- ২০০০বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।
- ২০১৮অসমত ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হৈছিল। সৰ্বমুঠ ৩২.৯ মিলিয়ন আবেদনকাৰীৰ পৰা ২৮.৯ মিলিয়ন আবেদনকাৰীৰ নাম প্ৰথমখন খচৰাত প্ৰকাশ পোৱাৰ বিপৰীতে ৪ মিলিয়ন লোকৰ নাম বাদ পৰি ৰৈছিল।
- ২০২২ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত সাইখোম মীৰাবাই চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে ৷
জন্ম
- ১৮৬৩হেনৰী ফ'ৰ্ড, আমেৰিকাৰ উদ্যোগপতি আৰু মটৰগাড়ী নিৰ্মাতা।
- ১৮৮৩বদ্ৰীনাথ গোয়েংকা, উদ্যোগপতি আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন চেয়াৰমেন।
- ১৮৮৬মুথুলক্ষ্মী ৰেড্ডী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। (জঃ ২২ জুলাই ১৯৬৮)
- ১৯২৬পদ্ম বৰকটকী, অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক।
- ১৯৪৭আৰ্নল্ড ছোৱাৰজেনেগাৰ (ইংঃ Arnold Schwarzenegger) হলিউড ছবিৰ নায়ক, পেচাদাৰী ব’ডী বিল্ডাৰ, একাধিকবাৰ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ অলিম্পিয়া বিজয়ী।
- ১৯৭৩চনু নিগম, প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী।
মৃত্যু
- ১৭৭১টমাছ গ্ৰে, ইংৰাজ কবি।
- ১৭৮৪ডেনিছ ডিডেৰো, আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ।
- ১৮৯৮অটো ডন বিছমাৰ্ক, জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক।
- ২০০৭ইংমাৰ বাৰ্গমেন, ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছনৰ পৰিচালক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ