অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৭ জুলাই

জন্ম

  • ১৮৮১হান্স ফিছাৰ, নোবেল বিজয়ী জাৰ্মান জৈৱ ৰসায়নবিদ।
  • ১৯২৭প্ৰখ্যাত ভাৰতীয় গল্প লেখক, কৃষ্ণ বলদেৱ বৈদৰ জন্ম হয়।
  • ১৯৪০ভাৰতী মুখাৰ্জী, ভাৰতীয় আমেৰিকান লেখক।
  • ১৯৫৫এলেন বৰ্ডাৰ, অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৬৭ৰাহুল বসু, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী খেলুৱৈ।

মৃত্যু

  • ১৮৪৪জন ডেল্ট, পৰমাণু তত্ত্বৰ প্ৰৱৰ্তক ইংৰাজ ৰসায়নবিদ।
  • ১৯৯২আমজাদ খান, ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা।
  • ২০০২কৃষ্ণ কান্ত, ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি। তেখেতৰ কাৰ্যনিবাহ কালতে পৰলোকপ্ৰাপ্তি হয়।
  • ২০১৫এ পি জে আব্দুল কালাম, ভাৰতৰ বিজ্ঞানী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ২০২২অৰ্ধেন্দু কুমাৰ দে', অসমৰ প্ৰাক্তন মন্ত্ৰী।
  • ২০২২অতুলানন্দ গোস্বামী, প্ৰখ্যাত সাহিত্যক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ