ইতিহাসৰ আজিৰ দিনত
২৮ জুলাই
জন্ম
- ১৬৩৫ৰবাৰ্ট হুক, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্যাত।
- ১৯৩২হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
- ১৯৮৩ধনুশ বা ভেংকটেশ প্ৰভু কস্তুৰি ৰাজা, টলীউড আৰু বলীউডৰ অভিনেতা।
- ১৯৮৭পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য।
- ১৯৯৩হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।
মৃত্যু
- ১৭৫০যোহান ছোষ্টিন বাখ, ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী।
- ১৯৩৯দেশভক্ত তৰুণ ৰাম ফুকন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা।
- ২০১৬মহাশ্বেতা দেৱী, পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ