অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ মে’

ঘটনাৱলী

  • ১৭৪২লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।
  • ১৯৯৬এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
  • ২০২৩ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে।

জন্ম

মৃত্যু

  • ১৯৩৭আলফ্ৰেড এডলাৰ, অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী।
  • ২০১৪মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ