অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ মে’

ঘটনাৱলী

  • ১৯৯৮ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।

জন্ম

মৃত্যু

  • ১৯৬৩হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।
  • ১৯৮১বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ