ইতিহাসৰ আজিৰ দিনত
৬ ফেব্ৰুৱাৰী
জন্ম
- ১৯২২এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ১৯৫৫সমীৰ তাঁতী, অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী।
মৃত্যু
- ১৯৩১মতিলাল নেহৰু, ভাৰতীয় অধিবক্তা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯৪৬উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী, ভাৰতীয় বিজ্ঞানী, অধ্যাপক আৰু চিকিৎসক।
- ১৯৬৪ৰাজকুমাৰী অমৃত কৌৰ, ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী।
- ১৯৭৬ঋত্বিক ঘটক, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু নাট্যকাৰ।
- ১৯৮৫জেমছ হেডলি ছেজ, ইংৰাজ লেখক।
- ২০২২লতা মংগেশকাৰ, ভাৰতৰ নেপথ্য গায়িকা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ