মিৰ্জা গালিব (Mirza Ghalib, مرزا غالب; मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু ভাষা কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (Mirza Asadullah Baig Khan, উৰ্দু ভাষা/পাৰ্ছী: ) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল।

১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।
বাহ্যিক সংযোগ
- Indiasurfing.com Poetry of Mirza Ghalib with meaning
- Ballimaran.com Haveli of Mirza Ghalib, Chandni Chowk, Delhi
- Ghalib Institute, New Delhi
- A Visit to Mirza Ghalib's Haveli in Ballimara, Old Delhi
- Ghalib in Love
- Loharu Family
- (Blog) Kuchh Sacche Moti: Ghalib
Works
- Ghalib at Kavita Kosh (Devanagari Hindi script)
- Fully coloured Deewan-e-Ghalib
- Best Urdu-Poetry by Mirza Ghalib
- Ghazal Translated By Qazi Muhammad Ahkam
- koii ummiid bar nahii.n aatii Translated By Qazi Muhammad Ahkam
- Selected Ghazals of Ghalib(Audio) Read by Qazi Muhammad Ahkam
- DIVAN - E - GHALIB The Urdu Ghazals of Mirza Asadullah Khan "GHALIB".
- Deewan-E-Ghalib
- Poetry of Ghalib - Complete Collection of Mirza Ghalib, A large Number of his Ghazals
- The Love Sonnets of Ghalib - Biography, selected works, and all things Ghalib
- Biography and selected works
- The Joy of the Drop - 37 poems by Ghalib in English translation.
- Selected couplets of Mirza Ghalib
- Selected couplets with translation of Mirza Ghalib
- English translation of one of Ghalib's Persian poems.
- Authorised Version of Deewan-e-Ghalib known as Nuskhae Hamidia uploaded by Javed Hussen
- Complete Persian poetry of Mirza Ghalib at scribd uploaded by Javed Hussen
- Mirza Ghalib's Diary of 1857 First Indian Libaretion Struggle in Urdu Translation uploaded by Javed Hussen
- unpublished Poems of Mirza Ghalib edited by Kalidas Gupta Raza uploaded by Javed Hussen
- original Urdu free pdf of Yaadgare Ghalib by Altaf Hussain Hali
- Loharu Family Link
- An Bangla selected translation of Mirza Ghalib with original Urdu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰ্জা গালিব” প্ৰবন্ধৰ সংশোধন ৬১৬৭৪৭ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।