অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (বাক্সা)

ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (Rupahi Jr. College) হৈছে বাক্সাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। ২০১৫ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৰ সৈতে সুন্দৰ সংযুক্ত আৰু সেউজীয়া পথাৰৰ পৰিৱেশেৰে আবেষ্টিত।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (Rupahi Jr. College) হৈছে বাক্সা জিলাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। ২০১৫ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৰ সৈতে সুন্দৰ সংযুক্ত আৰু সেউজীয়া পথাৰৰ পৰিৱেশেৰে আবেষ্টিত।

ইতিহাস

২০১৫ চনত বাক্সা জিলাৰ ৰূপহী অঞ্চলক শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিবলৈ ৰূপহী কনিষ্ঠ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ভৌগোলিকভাৱে অন্য অঞ্চলৰপৰা পৃথকী কৰণ আৰু সেই অঞ্চলৰ লোকৰ শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰম্ভ কৰাটো জৰুৰী হৈ পৰিছিল। বৰ্তমান সময়ত মূলসূঁতিৰ সৈতে সংলগ্ন হৈ আগবাঢ়ি যোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। এচাম সচেতন লোক আৰু সমাজ সেৱকে উপলব্ধি কৰিছিল যে কেৱল শিক্ষাৰদ্বাৰা হে ই সম্ভৱ।১২

পাঠ্যক্ৰম

মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক(কলা) পাঠ্যক্ৰম আগবঢ়ায়। তদুপৰি সময়ে সময়ে কেৰিয়াৰ কাউন্সেলিং, আলোচনাচক্ৰ,অনুপ্ৰেৰণামূলক আলোচনা আয়োজন কৰে আৰু শিক্ষাৰ্থীসকলক কেৰিয়াৰ গঢ়াত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰম্ভ কৰিছে।

পুথিভঁৰাল

মহাবিদ্যালয়খনে বিভিন্ন পদ্ধতিৰ শিক্ষাদানৰ লগতে পুথিভঁৰালৰ সুবিধাও আগবঢ়ায়।

তথ্যসূত্ৰ

  1. ↑ Rupahi Junior College 1. schools.org.in
  2. ↑ Rupahi junior college 3. stackschools.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (বাক্সা)” প্ৰবন্ধৰ সংশোধন ৫৩৯৪২৭ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।