অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুমা গুহ ঠাকুৰতা

ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।১২ ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।

কৰ্মজীৱন

গুহা ঠাকুৰতাই দহ বছৰ বয়সত অমিয়া চক্ৰৱৰ্তীৰ জোৱাৰ ভাতা (১৯৪৪) ছবিৰ যোগেদি৩ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এইখন আছিল দিলীপ কুমাৰৰ প্ৰথম ছবি। ৰুমা ঘোষৰ পৰৱৰ্তী ছবি আছিল নিতিন বসুৰ মশাল, যিখন বংকিম চন্দ্ৰ চট্টোপধ্যায়ৰ উপন্যাস ‘ৰজনী’ৰ পৰা অভিযোজন কৰা হৈছিল। ‘মশাল’ৰ বঙালী সংস্কৰণ আছিল ‘সমৰ’। তেওঁ এজনী অন্ধ ছোৱালী সৰলাৰ চৰিত্ৰত অভিনয় কৰিছিল।

বিবাহ বিচ্ছেদৰ পিছত ৰুমাই সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ৰাজেন তৰফদাৰৰ ‘গংগা’ত অভিনয় কৰিবলৈ কলিকতালৈ গুচি যায়। তেওঁ দুগৰাকী মূল নাৰী চৰিত্ৰৰ এটাত সন্ধ্যা ৰায়ৰ সৈতে অভিনয় কৰিছিল।৪ সেই বছৰতে ভানু বন্দোপাধায়ৰ সৈতে ‘পাৰ্চনেল এচিছটেণ্ট’ আৰু তপন সিনহাৰ ‘খনিকেৰ অতিথি’ত অভিনয় কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (March 2016). Read about 4 wives of Kishore Kumar. India TV News
  2. ↑ (3 August 2017). 4 Weddings And More: The Women In Kishore Kumar's Life. mansworldindia.com
  3. ↑ Jwar Bhata (1944) – Review, Star Cast, News, Photos. Cinestaan
  4. ↑ Sarkar, Roushni. Sandhya Roy, Debashree Roy grateful for their mentoring by co-artiste Ruma Guha Thakurta. cinestaan.com

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুমা গুহ ঠাকুৰতা” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।