ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (ইংৰাজী ভাষা: National Council of Educational Research and Training, চমুকৈ NCERT) হ'ল ১৯৬১ চনত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এটা সংস্থা য'ত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত কাৰ্যকলাপত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক উপদেশ দিয়া হয়।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪৭০৭৮৪ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।