অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

"ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" প্ৰতি বছৰৰ ১৬ নৱেম্বৰ তাৰিখে পালন কৰা হয়। সংবাদ মাধ্যমসমূহ মে এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান তাকে স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয়।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৫ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

"ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" প্ৰতি বছৰৰ ১৬ নৱেম্বৰ তাৰিখে পালন কৰা হয়। সংবাদ মাধ্যমসমূহ মে এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান তাকে স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয়। আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা প্ৰভান্বিত নহয়। ১৯৯৭ চনৰ পৰা, এই কাউন্সিলে প্ৰাসঙ্গিক বিষয়বস্তুৰ সৈতে সংগতি ৰাখি আলোচনাচক্ৰ অনুষ্ঠিত কৰি এই প্ৰেছ দিৱস পালন কৰি আহিছে।

তথ্য সংগ্ৰহ

(১) newsonair.gov.in/News?title=National-Press-Day-b, বাতৰি বিভাগ, আকাশবাণী দিল্লী।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” প্ৰবন্ধৰ সংশোধন ৪৬৫৯৮৭ (২৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।