ৰামামাত্য (RAMAMATYA) হৈছে এগৰাকী সংগীতজ্ঞ। ১
জন্ম আৰু বংশ পৰিচয়
ষোড়শ শতাব্দীত ৰামামাত্যৰ জন্ম হয়। তেওঁ বিজয়নগৰৰ বাসিন্দা আছিলে। তেওঁৰ পিতৃৰ নাম আছিল তিম্বৰাজ।২
সঙ্গীত শিক্ষা
পণ্ডিত ৰামামাত্যই ৰজা সদাশিৱ ৰায়ৰ প্ৰেৰণা লাভ কৰি তেওঁৰ অধীনত থাকি সংগীত জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ
সঙ্গীত জগতলৈ অৱদান
তেওঁ নিজেই 'স্বৰ মেল' ৰচনা কৰে। তেওঁৰ ৰচিত গ্ৰন্থখন ১৫৫০ খ্ৰীষ্টাব্দত সংস্কৃত ভাষাত লিখা হয়।
সন্মান
ৰজা সদাশিৱ ৰায়ে তেওঁ অমাত্য উপাধিৰে ঘোষিত কৰিছিল।৩
মৃত্যু
ষোড়শ শতাব্দীৰ শেষাৰ্দ্ধত তেওঁৰ দেহাৱসান ঘটে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামামাত্য” প্ৰবন্ধৰ সংশোধন ২৯৮১৩৪ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।