অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবিন ভেন পাৰ্চি

ৰবিন ভেন পাৰ্চি (Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ হৈ খেলি আছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰবিন ভেন পাৰ্চি (Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ হৈ খেলি আছে। নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ অধিনায় ভেন পাৰ্চি হৈছে ডাচ্চ ফুটবল ক্লাব ফিয়েনৰ্ডৰ (Feyenoord) যুৱ সৃষ্টি।১ ২০০৪ চনত তেওঁ ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবল ক্লাব আৰ্চেনল (Arsenal)ত যোগদান কৰে। ২০১১ চনৰ ১৬ আগষ্টত তেওঁ ক্লাবটোৰ অধিনায়ক হয় আৰু ইয়াৰ এবছৰ পিছত মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে।২৩ তেওঁৰ খেলৰ ধৰণ আৰু প্ৰতিভালৈ চায় তেওঁক মহান ডাচ্চ খেলুৱৈ মাৰ্কো ভান বাষ্টনৰ (Marco van Basten) লগত তুলনা কৰা হয়।৪৫

পাৰ্চিৰ মাক-দেউতাক দুয়ো শিল্পী আছিল আৰু সেয়ে তেওঁলোকে পুত্ৰকো শিল্পী হোৱাতো বিচাৰিছিল;৬ কিন্তু ফুটবলৰ প্ৰতি আগ্ৰহী পাৰ্চিয়ে এক্সিলচায়ৰৰ যুৱ বাহিনীত যোগদান কৰে। আন এটা গৃহ চহৰত থকা ক্লাব ফিয়েনৰ্ডত যোগদান কৰি তেওঁ তিনিটা চিজন সেই ক্লাবত কটায় ২০০২ চনত উয়েফা কাপ (UEFA Cup) হস্তগত কৰে।৭ ২০০১-০২ বৰ্ষত পাৰ্চিক ডাচ্চ ফুটবলাৰ অৱ দা ইয়াৰ (Dutch Football Talent of the Year) হিচাপে সন্মানিত কৰা হয়। ক্লাবৰ এটা সালসলনিৰ ফলত ক্লাবৰ মেনেজাৰ বাৰ্ট ভান মাৰউইক্সৰ (Bert van Marwijk) লগত ঘটা মনোমালিন্যৰ ফলত ২০০৪ চনত পাৰ্চি ইংলিছ প্ৰিমিয়াৰ লীগৰ ক্লাব আৰ্চেনললৈ ২.৭৫ মিলিয়ন পাউণ্ডৰ এক চুক্তিৰ জৰিয়তে যায়।৮৯ ক্লাবৰ প্ৰথমটো চিজনত তেওঁ FA Community Shield আৰু FA Cup জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছত আৰ্চেনলত থকা আঠটা বছৰত কোনো গুৰুত্বপূৰ্ণ ট্ৰফী জিকিবলৈ সক্ষম হোৱা নাছিল। ভেন পাৰ্চিক পাঁচবাৰলৈ Premier League Player of the Month হিচাপে সন্মানিত কৰা হৈছিল। ২০১৩ চনত The Guardian নামৰ বাতৰিকাকত খনে বিশ্বৰ শ্ৰেষ্ঠ ১০০ জন খেলুৱৈৰ মাজত পাৰ্চিক ১১ নং স্থান দিছিল।১০

ভেন পাৰ্চিয়ে ক্ৰমান্বয়ে নেডাৰলেণ্ডচ্‌ৰ অনূৰ্ধ্ব্ব ১৭, অনূৰ্ধ্ব্ব ১৯ আৰু অনূৰ্ধ্ব্ব ২১ দলক নেতৃত্ব দিছিল। ২০০৫ চনত ৰোমানিয়াৰ বিপক্ষে এখন খেলত তেওঁ জ্যেষ্ঠ জাতীয় দলত অভিষেক ঘটাইছিল। ইয়াৰ পৰৱৰ্তী খেলখনত তেওঁ জ্যেষ্ঠ জাতীয় দলৰ হৈ ফিনলেণ্ডৰ বিপক্ষে প্ৰথমটো গ'ল দিছিল আৰু ৪-০ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল। ৮৫টা কেপৰ (caps) সৈতে ৪৫টা গ'লেৰে ভেন পাৰ্চি নেডাৰলেণ্ডচ্‌ৰ এতিয়ালৈ সৰ্বকালৰ সৰ্বাধিক গ'লকৰ্তা।১১১২ তেওঁ ২০০৬,২০১০ আৰু ২০১৪ চনৰ ফিফা বিশ্বকাপৰ লগতে UEFA Euro 2008 আৰু UEFA Euro 2012 ত জাতীয় দলৰ নেতৃত্ব বহন কৰিছে।

কেৰিয়াৰ পৰিসংখ্যা

ক্লাব

১৩

ক্লাবচিজনলীগকাপলীগ কাপইউৰোপঅন্যান্য১৪সৰ্বমুঠ
ডিভিজনAppsগ'লAppsগ'লAppsগ'লAppsগ'লAppsগ'লAppsগ'ল
ফিয়েনৰ্ড২০০১-০২Eredivisie১০০০০–৭০–১৭০
২০০২-০৩২৩৯৩৭–২০–২৮১৬
২০০৩-০৪২৮৬২০–৩০–৩৩৬
সৰ্বমুঠ৬১১৫৫৭–১২০–৭৮২২
আৰ্চেনল২০০৪-০৫প্ৰিমিয়াৰ লীগ265533161104110
২০০৫-০৬245204472103811
২০০৬-০৭2211100082–3113
২০০৭-০৮157001072–239
২০০৮-০৯28116400105–4420
২০০৯-১০169000031–1910
২০১০-১১2518213132–3322
২০১১-১২3830220085–4837
সৰ্বমুঠ194961810116522020277132
মানচেষ্টাৰ ইউনাইটেড১৫২০১২-১৩প্ৰিমিয়াৰ লীগ3826410063–4830
২০১৩-১৪2112000064122818
সৰ্বমুঠ59384100127127648
কেৰিয়াৰ সৰ্বমুঠ৩১৪১৪৯২৭১৮১১৬৭৬২৭৩২৪৩১২০২

আন্তঃৰাষ্ট্ৰীয়

Score and Result lists Netherlands' goals first১৬

গ'লদিনাংকস্থানবিৰোধী দলস্ক'ৰফলাফলপ্ৰতিযোগিতা
18 June 2005Helsinki Olympic Stadium, Helsinki, Finland4–04–02006 FIFA World Cup qualification
216 June 2006Gottlieb-Daimler-Stadion, Stuttgart, Germany1–02–12006 FIFA World Cup
316 August 2006Lansdowne Road, Dublin, Republic of Ireland4–04–0Friendly
46 September 2006Philips Stadion, Eindhoven, Netherlands1–03–0UEFA Euro 2008 qualifying
52–0
67 October 2006Vasil Levski Stadium, Sofia, Bulgaria1–11–1UEFA Euro 2008 qualifying
711 October 2006Amsterdam Arena, আমষ্টাৰডাম, Netherlands1–02–1UEFA Euro 2008 qualifying
813 June 2008Stade de Suisse, Bern, Switzerland2–04–1UEFA Euro 2008
917 June 2008Stade de Suisse, Bern, Switzerland2–02–0UEFA Euro 2008
1020 August 2008Lokomotiv Stadium, Moscow, Russia1–01–1Friendly
1119 November 2008Amsterdam Arena, Amsterdam, Netherlands1–03–1Friendly
122–0
1328 March 2009Amsterdam Arena, Amsterdam, Netherlands2–03–02010 FIFA World Cup qualification
145 September 2009Grolsch Veste, Enschede, Netherlands1–03–0Friendly
1526 May 2010Dreisamstadion, Freiburg, Germany1–02–1Friendly
162–0
171 June 2010De Kuip, Rotterdam, Netherlands4–14–1Friendly
185 June 2010Amsterdam Arena, Amsterdam, Netherlands1–16–1Friendly
1924 June 2010Cape Town Stadium, Cape Town, South Africa1–02–12010 FIFA World Cup
2025 March 2011Stadium Puskás Ferenc, Budapest, Hungary4–04–0UEFA Euro 2012 qualifying
2129 March 2011Amsterdam Arena, Amsterdam, Netherlands1–05–3UEFA Euro 2012 qualifying
222 September 2011Philips Stadion, Eindhoven, Netherlands1–011–0UEFA Euro 2012 qualifying
236–0
247–0
259–0
2626 May 2012Amsterdam Arena, Amsterdam, Netherlands1–01–2Friendly
272 June 2012Amsterdam Arena, Amsterdam, Netherlands1–06–0Friendly
283–0
2913 June 2012Metalist Stadium, Kharkiv, Ukraine1–21–2UEFA Euro 2012
307 September 2012Amsterdam Arena, Amsterdam, Netherlands1–02–02014 FIFA World Cup qualification
3116 October 2012Arena Națională, Bucharest, Romania4–14–12014 FIFA World Cup qualification
3222 March 2013Amsterdam Arena, Amsterdam, Netherlands2–03–02014 FIFA World Cup qualification
3326 March 2013Amsterdam Arena, Amsterdam, Netherlands2–04–02014 FIFA World Cup qualification
343–0
3511 June 2013Workers Stadium, বেইজিং, China1–02–0Friendly
366 September 2013A. Le Coq Arena, Tallinn, Estonia2–22–22014 FIFA World Cup qualification
3710 September 2013Estadi Comunal, Andorra la Vella, Andorra1–02–02014 FIFA World Cup qualification
382–0
3911 October 2013Amsterdam Arena, Amsterdam, the Netherlands1–08–12014 FIFA World Cup qualification
404–0
415–1
4217 May 2014Amsterdam Arena, Amsterdam, the Netherlands1–11–1Friendly
4331 May 2014De Kuip, Rotterdam, the Netherlands1–01–0Friendly
4413 June 2014Arena Fonte Nova, Salvador, Brazil1–15–12014 FIFA World Cup
454–1

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Robin van Persie AllSportsPeople.com
  2. ↑ Arsenal.com
  3. ↑ (15 August 2012). Terms agreed for Van Persie transfer. Arsenal.com
  4. ↑ Rob Draper, Mail on Sunday Chief Football Writer. (6 December 2009). Van Persie can take heart from Van Basten's heroics. Mail Online. Daily Mail
  5. ↑ (20 October 2009). 'Van Persie's cast in Van Basten's mould'. Arsenal.com
  6. ↑ Lawton, Matt. (6 February 2009). The Saturday Interview: Robin van Persie – the artist who draws the best out of Arsenal. Mail Online
  7. ↑ 2001/02: Van Hooijdonk fires up Feyenoord UEFA.COM
  8. ↑ (7 July 2010). Arsenal Striker Robin Van Persie Wants To Follow In Dennis Bergkamp's Foosteps And Wear Number 10 Shirt. Goal.com
  9. ↑ (20 July 2010). Perfect 10? Robin van Persie to follow in Dennis Bergkamp's footsteps after William Gallas vacates famous jersey. Mail Online
  10. ↑ The 100 best footballers in the world 2013 | Guardian Football |The 100 best footballers in the world: 2013
  11. ↑ FIFA Player Statistics: Robin VAN PERSIE FIFA.com
  12. ↑ Robin Van Persie Football Profile Yahoo! Eurosport UK
  13. ↑ Netherlands - Robin van Persie - Profile with news, career statistics and history. Soccerway
  14. ↑ Includes other competitive competitions, including the FA Community Shield
  15. ↑ Robin Van Persie. StretfordEnd.co.uk
  16. ↑ Robin van Persie - international matches. Soccerway

সম্পৰ্কিত শ্ৰেণী

ফুটবল খেলুৱৈনেডাৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিন ভেন পাৰ্চি” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৩১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।