অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন

ভাৰতৰ ৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।১ এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।

পটভূমি

ৰাজস্থান বিধান সভাৰ কাৰ্য্যকাল ২০ জানুৱাৰী ২০১৯ত সমাপ্ত হ'ব।২ ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা প্ৰতিলক্ষিত হ'ল। পিচে আম আদমি পাৰ্টী, বহুজন সমাজ পাৰ্টি, বাওঁ-গণতান্ত্ৰিক মৰ্চায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এমএলএ, এমপিকে ধৰি কেইবাজনো বিজেপিৰ নামী-দামী নেতাৰ আগমন ভাৰতীয় জাতীয় কংগ্ৰেছ নিৰ্বাচনৰ ঠিক আগত দেখা গ'ল। কেইবাজনো কংগ্ৰেছী নেতায়ো বিজেপিত যোগদান কৰিছিল নিৰ্বাচনৰ ঠিক আগত।

সময়-ৰেখা

নিৰ্বাচন ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। ফলাফল ১১ ডিচেম্বৰত ঘোষিত হ'ল।

পূৰ্বানুমান

DatePolling agencyBJPINCOthersLead
09 November 2018ABP News- C voter58135677
08 November 2018Graphnile711191038
02 November 2018ABP News- C voter55145590
01 November 2018India TV - CNX751151040
30 October 2018Spick Media78118440
8 October 2018Times Now - Chrome DM89102913
9 October 2018Times Now - Warroom Stratergies751151040
10 October 2018News Nation731151242
6 October 2018ABP News -C Voter56142286
14 August 2018ABP News- C Voter571301373
Average as on 09 November 201869123854

এগজিত প'ল

প্ৰায় সঙ্খ্যক এগজিট প'লতে ভাৰতীয় জাতীয় কঙ্গগ্ৰেছৰ জয়ৰ ভৱিষ্যৎবাণী কৰা হৈছিল।

Polling agencyBJPINCBSPOthersSource
CVoter - Republic TV60137NA3৩
CNX - Times Now85105NA9
India TV80-90100-1101-36-8
CSDS - ABP83101NA15
Axis My India - India Today and Aaj Tak55-72119-14104-11
Republic Jan Ki Baat9391NA15
Today's Chanakya68123NA8৪

ফলাফল

আসন আৰু ভোটৰ শতাংশ

Parties and coalitionsPopular voteSeats
Votes%±ppWon+/−
Indian National Congress (INC)1,39,35,20139.3%6.239978
Bharatiya Janata Party (BJP)1,37,57,50238.8%6.377392
Bahujan Samaj Party (BSP)14,10,9954.0%0.6363
Independents (IND)33,72,2069.5%1.29136
Rashtriya Loktantrik Party (RLP)8,56,0382.4%New3New
Communist Party of India (Marxist) (CPI-M)4,34,2101.2%0.3322
Bharatiya Tribal Party (BTP)2,55,1000.7%New2New
Rashtriya Lok Dal (RLD)1,16,3200.3%0.2911
None of the Above (NOTA)4,67,7811.3%
Total100.00199±0

তথ্যসূত্ৰ

  1. ↑ Rajasthan Election 2018. www.patrika.com
  2. ↑ Terms of the Houses. ভাৰতৰ নিৰ্বাচন আয়োগ
  3. ↑ (7 December 2018). Election exit polls results 2018. Hindustan Times
  4. ↑ Rajasthan, Telangana, Chhattisgarh, Mizoram, MP Exit Polls 2018: Highlights - Times of India ►. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৪২৭৯৬১ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।