অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০

২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ প্ৰথম আইচিচি বিশ্ব টি-২০ প্ৰতিযোগিতা। ২০০৭ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। তেৰ দিনীয়া এই প্ৰতিযোগিতাত মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ প্ৰথম আইচিচি বিশ্ব টি-২০ প্ৰতিযোগিতা। ২০০৭ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। তেৰ দিনীয়া এই প্ৰতিযোগিতাত মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে। ইয়াৰে দহটা দল টেষ্ট খেলা দেশ আৰু বাকী দুটা দল কেনিয়া আৰু স্কটলেণ্ড ২০০৭ চনৰ আইচিচি বিশ্ব ক্ৰিকেট লীগ ডিভিজন ৱানৰ চূড়ান্ত প্ৰতিযোগী। পাকিস্তানক পৰাস্ত কৰি ভাৰতে এই প্ৰতিযোগিতাত জয়লাভ কৰে।১

ছেমিফাইনেল


তথ্যসূত্ৰ

  1. ↑ Soni, Paresh. (24 September 2007). ICC World Twenty20. BBC

সম্পৰ্কিত শ্ৰেণী

ক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০” প্ৰবন্ধৰ সংশোধন ৪৫৪২৪৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।