অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হৰিশিঙা

হৰিশিঙা ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এখন ক্ষুদ্ৰ নগৰ।

হালনাগাদ: ১৯ জুলাই ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হৰিশিঙা ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এখন ক্ষুদ্ৰ নগৰ।

ৰাজনীতি

হৰিশিঙা মংগলদৈ লোকসভা সমষ্টিৰ অংশ।১

৬৯ নং ওদালগুৰি অসম বিধানসভা বিধায়ক ১৯৬৮-২০১৬

  • ৰিহন দৈমাৰী - ২০১৬ চনত ৪৫৯৬০ ভোটত জয়ী হয়।
  • ৰিহন দৈমাৰী - ২০১১ চনত ৪০৯৭০ ভোটত জয়ী হয়।
  • ৰিহন দৈমাৰী - ২০০৬ চনত ৩৫৫৬০ ভোটত জয়ী হয়।
  • ৰিহন দৈমাৰী - ২০০১ চনত ৩০১৭০ ভোটত জয়ী হয়।
  • দেৱো কান্তো ৰামচিয়াৰী - ১৯৯৬ চনত ৩৬৭৯৮ টা ভোটত জয়ী হয়।
  • যমন সিং ব্ৰহ্ম - ১৯৯১ চনত ২৮১৪৯ টা ভোটত জয়ী হয়।
  • বিনয় কুংগুৰ বসুমতাৰী - ১৯৮৫ চনত ২৪০৯১ টা ভোটত জয়ী হয়।
  • বিনয় কুংগুৰ বসুমতাৰী - ১৯৮৩ চনত ১৯৭৪১ ভোটত জয়ী হয়।
  • বিনয় কুংগুৰ বসুমতাৰী - ১৯৭৮ চনত ১৭২৬৯ টা ভোটত জয়ী হয়।
  • বাহাদুৰ বসুমতাৰী - ১৯৭২ চনত ১৬৪৭০ ভোটত জয়ী হয়।
  • বাহাদুৰ বসুমতাৰী - ১৯৬৮ চনত ১০৮৩৯ টা ভোটত জয়ী হয়।

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিশিঙা” প্ৰবন্ধৰ সংশোধন ৬১৮২০২ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।