হেৰিছ জং, পেছাদাৰীভাৱে হেৰিছ জে বুলি জনাজাত, এজন ব্ৰিটিছ গায়ক যাক ২০১৩ চনত এৱেকেনিং মিউজিকৰ সৈতে স্বাক্ষৰ কৰা হৈছিল। তেওঁ লণ্ডনৰ ব্ৰিট স্কুল অফ প্ৰদৰ্শন কলাৰ স্নাতক।১ ২০১৭ চনত তেওঁ ছালাম আলাইকুম: "এ মেচেজ অফ পিচ" নামৰ এখন শশু গ্ৰন্থ প্ৰকাশ কৰিছিল।২৩
ৰেকৰ্ডিং
| +হেৰিছ জংৰ গীত সমুহ | চন | এলবাম | গান | তথ্য |
| ২০১৫ | ছালাম | ছালাম আলাইকুম | ৪ | |
| ইউ আৰ মাই লাইফ | ৫ | |||
| ৰাছুল আল্লাহ | ৬ | |||
| আই প্ৰ'মিজ | ৭ | |||
| মাই হি'ৰ | ৮ | |||
| লাভ হু ইউ আৰ | ৯ | |||
| ঈদ মুবাৰক | ১০ | |||
| গুড্ লাইফ | ১১ | |||
| দি ওৱান | ১২ | |||
| ২০১৭ | ছেভ মি ফ্ৰ’ম মাইচেলভ | ছেভ মি ফ্ৰ’ম মাইচেলভ | ১৩ | |
| ২০১৮ | হেৰিছ জে লাইভ ইন কনচাৰ্ট | আই এম ইউওৰ্চ | ১৪ | |
| নাম্বাৰ ওৱান ফ’ৰ মি | ১৫ | |||
| ২০১৯ | হিউমেন | হিউমেন | ১৬ | |
| ডেঞ্জাৰিয়াছ | ডেঞ্জাৰিয়াছ | ১৭ | ||
| ২০২০ | কিক ডাউন দি ড’ৰ | কিক ডাউন দি ড’ৰ | ১৮ |
তথ্যসূত্ৰ
- ↑ "Muslim Justin Bieber" pens children's book on peace. Houston Chronicle
- ↑ S&S Children's brings 'Salaam Reads' imprint to UK · The Bookseller. www.thebookseller.com
- ↑ J, Harris. (2017-09-05). Salam Alaikum: A Message of Peace. Simon and Schuster. ISBN 9781481489386
- ↑ Salam Alaikum - Harris J
- ↑ Harris J - You Are My Life. Awakening Records
- ↑ Harris J - Rasool'Allah. Awakening Records. Awakening Music
- ↑ Harris J - I Promise. Awakening Records
- ↑ Harris J - My Hero. Awakening Records. Awakening Music
- ↑ Harris J - Love Who You Are. Awakening Records. Awakening Music
- ↑ Harris J - Eid Mubarak Ft. Shujat Ali Khan. Awakening Records. Awakening Music
- ↑ Harris J. (25 January 2016). Harris J - Good Life. Awakening Music
- ↑ Harris J - The One. Awakening Records. Awakening Music
- ↑ Harris J - Save Me From Myself (Lyric). Awakening Records. Awakening Music
- ↑ Harris J - I'm Yours (Cover). Awakening Records. Awakening Music
- ↑ Harris J - Number One For Me (Cover). Awakening Records. Awakening Music
- ↑ Harris J. - Human (Acoustic Video). Harris J Official
- ↑ RA x Ard Adz x Harris J – Dangerous (Music Video). GRM Daily
- ↑ Harris J x AJ Jung - Kick Down The Door (Lyrics). Authentic Music
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰিছ জং” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৮৫ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।