অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমলতা কালা

হেমলতা কালা ( Hemlata Kala; জন্ম: ১৫ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেট অল-ৰাউণ্ডাৰ। তেওঁ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যম বলাৰ হিচাপে খেলিছিল। ১৯৯৯ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ ৭খন টেষ্ট মেচ, ৭৮খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হেমলতা কালা ( Hemlata Kala; জন্ম: ১৫ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেট অল-ৰাউণ্ডাৰ। তেওঁ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যম বলাৰ হিচাপে খেলিছিল। ১৯৯৯ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ ৭খন টেষ্ট মেচ, ৭৮খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশ আৰু ৰেলৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।১২

টেষ্ট ক্ৰিকেটত শতক

ৰানখেলপ্ৰতিপক্ষনগৰস্থানবছৰ
১১০২লক্ষ্ণৌ, ভাৰতকে. ডি. সিং বাবু ষ্টেডিয়াম২০০২৩
১১০৫ৱাপি, ভাৰতবিলাখিয়া ষ্টেডিয়াম২০০৩৪
  • Source: CricInfo৫

তথ্যসূত্ৰ

  1. ↑ Player Profile: Hemlata Kala. ESPNcricinfo
  2. ↑ Player Profile: Hemlata Kala. CricketArchive
  3. ↑ Full Scorecard of ENG Women vs IND Women Only Test 2001/02 - Score Report. ESPNcricinfo
  4. ↑ Full Scorecard of NZ Women vs IND Women Only Test 2003/04 - Score Report. ESPNcricinfo
  5. ↑ All-round records. Women's Test matches. ESPNcricinfo – H Kala. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

মহিলা খেলুৱৈভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমলতা কালা” প্ৰবন্ধৰ সংশোধন ৫৭০০৮৮ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।