হাছিবুল ইছলাম মিজান (১৯৫৭ – ১৮ এপ্ৰিল ২০১৯) বাংলাদেশৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। তেঁও অনেক বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।
জীৱনী
হাছিবুল ইছলাম মিজানৰ ১৯৫৭ চনত জন্ম হৈছিল।১ তেখেতেৰ প্ৰথমটো চলচ্চিত্ৰ আছিল প্ৰেমেৰ কসম।২ তেখেতেৰ সৰ্বশেষ চলচ্চিত্ৰ আছিল তুমি আছো হৃদয়ে।১ ২০১৯ চনৰ ১৮ এপ্ৰিলত ৬২ বয়সত তেখেতৰ মৃত্যু হয়।৩৪৫
নিৰ্বাচিত চলচ্চিত্ৰ তালিকা
তথ্যসূত্ৰ
- ↑ (19 April 2019). চলচ্চিত্ৰ নিৰ্মাতা হাসিবুল ইসলাম আৰ নেই. Kaler Kantho
- ↑ (19 April 2019). চলচ্চিত্ৰ নিৰ্মাতা হাসিবুল ইসলাম মিজান আৰ নেই. Ekushey Television
- ↑ চলচ্চিত্ৰ পৰিচালক হাসিবুল ইসলাম আৰ নেই. Somoy TV
- ↑ (19 April 2019). চিত্ৰপৰিচালক হাসিবুল ইসলাম মিজানেৰ ইন্তেকাল. Inqilab
- ↑ (20 April 2019). Filmmaker Hasibul Islam Mizan no more. Daily Observer
- ↑ (18 April 2019). ‘আমাৰ স্বপ্ন তুমি’ ছবিৰ নিৰ্মাতা মিজান আৰ নেই. Channel i
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাছিবুল ইছলাম মিজান” প্ৰবন্ধৰ সংশোধন ৩৯৯০১৩ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।