অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

স্লাট-শেমিং

স্লাট-শেমিং হৈছে যৌনতা সম্পৰ্কীয় বিষয়সমূহত সাধাৰণ বা প্ৰথাগত যিবোৰ আচৰণ আৰু চেহেৰা আশা কৰা হয়, সেইবোৰৰ উলংঘন কৰিলে লোকসকলৰ সমালোচনা কৰা।

হালনাগাদ: ১ এপ্ৰিল ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

স্লাট-শেমিং হৈছে যৌনতা সম্পৰ্কীয় বিষয়সমূহত সাধাৰণ বা প্ৰথাগত যিবোৰ আচৰণ আৰু চেহেৰা আশা কৰা হয়, সেইবোৰৰ উলংঘন কৰিলে লোকসকলৰ সমালোচনা কৰা।১২

ক্ষেত্ৰবিশেষ

এইটো সমকামী পুৰুষসকলৰ ক্ষেত্ৰতো হ’ব পাৰে, যেতিয়া তেওঁলোক বিমিশ্ৰ যৌন আচৰণৰ বাবে অস্বীকৃতিৰ সন্মুখীন হয়।১৩ মূলত মহিলাসকলৰ ওপৰত প্ৰভাৱ পেলোৱা লিংগ-ভিত্তিক হিংসাৰ ফলত এই স্লাট-শেমিং হ’ব পাৰে।৪ সাধাৰণতে স্লাট শব্দটো পুনৰ ব্যৱহাৰ কৰি মহিলাসকলক অপমান কৰা হয়।

প্ৰভাৱ

স্লাট-শেমিংৰ ফলত ব্যক্তিসকল মানসিক আৰু সামাজিক চাপৰ সন্মুখীন হ’ব পাৰে। বিশেষকৈ মহিলাসকলে এই সমালোচনাৰ বাবে লাজ অনুভৱ কৰে, আত্মবিশ্বাস কমি যায়, আৰু সমাজৰ কটাক্ষৰ সন্মুখীন হয়।২

ৰাজনৈতিক আৰু সামাজিক প্ৰতিক্ৰিয়া

স্লাট-শেমিংৰ বিৰুদ্ধে বিভিন্ন সমাজ, সংগঠন, আৰু ব্যক্তি প্ৰতিবাদ কৰিছে। স্লাট-ৱাক নামৰ আন্দোলন ইয়াৰ অন্যতম উদাহৰণ।৫

চাওক

তথ্যসূত্ৰ

  1. ↑ Sweeney, Brian N. (2017). The SAGE Encyclopedia of Psychology and Gender. SAGE Publications. ISBN 978-1-4833-8426-9
  2. ↑ Friedman, Jaclyn. (2011). What You Really Really Want: The Smart Girl's Shame-Free Guide to Sex and Safety. Da Capo Press. পৃ. 200. ISBN 978-1-58005-430-0
  3. ↑ Williamson, Kit. (November 3, 2015). Gay Men Should Be Ashamed of Slut-Shaming. The Advocate
  4. ↑ Goblet, Margot; Glowacz, Fabienne. (2021-06-21). Slut Shaming in Adolescence: A Violence against Girls and Its Impact on Their Health. পৃ. 6657
  5. ↑ Harding, Kate. (June 6, 2011). Why I’m taking part in SlutWalk. The Guardian

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্লাট-শেমিং” প্ৰবন্ধৰ সংশোধন ৫০১২২৭ (১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।