স্বাতী চতুৰ্বেদী এগৰাকী ভাৰতীয় সাংবাদিক। তেওঁ বিভিন্ন ভাৰতীয় কাকত আৰু চেনেলত কাম কৰি আহিছে, যেনে দ্য ষ্টেটছমেন, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, দ্য ট্ৰিবিউন, এনডিটিভি, ডেইলীঅ', দ্য ৱায়াৰ,১২ গালফ নিউজ আৰু ডেকান হেৰাল্ড।৩ তেওঁৰ দুখন গ্ৰন্থও প্ৰকাশ পাইছে; সেয়া ক্ৰমে ডেডীজ গাৰ্ল; আৰু আই এম এ ট্ৰল: ইনছাইড দ্য ছিক্ৰেট ৱৰ্ল্ড অৱ দ্য বিজেপিৰ ডিজিটেল আৰ্মী৷৪ ২০১৮ চনত স্বাতী চতুৰ্বেদীয়ে শত্ৰুতাপূৰ্ণ পৰিৱেশত কৰা সাংবাদিকতাৰ বাবে ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ দ্বাৰা প্ৰদান কৰা সাহসৰ বঁটা লাভ কৰিছিল।৫৬
বাহ্যিক সংযোগ
- স্বাতী চতুৰ্বেদী, এনডিটিভি
তথ্যসূত্ৰ
- ↑ (29 December 2016). I am a troll: Inside the secret world of BJP's digital army
- ↑ (26 December 2016). India's ruling party ordered online abuse of opponents, claims book
- ↑ Swati Chaturvedi. Muck Track
- ↑ Babani, Anoop. (12 March 2017). I am a troll: Inside the secret world of the BJP's digital army- Review. The Free Press Journal
- ↑ (8 November 2018). Journalists from Malta, India, the Philippines and the UK honoured at Reporters Without Borders' 2018 Press Freedom Awards. Reporters Without Borders
- ↑ (11 September 2018). RSF honours female Asian journalists for courage under fire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী চতুৰ্বেদী” প্ৰবন্ধৰ সংশোধন ৪৮৩২৯০ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।