অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সৌৰাষ্ট্ৰ লিপি

সৌৰাষ্ট্ৰ লিপি হৈছে তামিলনাডুৰ সৌৰাষ্ট্ৰীয়সকলে সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি ৷ এই লিপি ব্ৰাহ্মীয় মূলৰ যদিও ইয়াৰ সঠিক ব্যুৎপত্তিৰ বিষয়ে জনা নাযায়, যিটো পিছলৈ টিএমআৰম ৰায়ে সংস্কাৰ আৰু প্ৰামাণিককৰণ কৰে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৩ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সৌৰাষ্ট্ৰ লিপি হৈছে তামিলনাডুৰ সৌৰাষ্ট্ৰীয়সকলে সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি ৷ এই লিপি ব্ৰাহ্মীয় মূলৰ যদিও ইয়াৰ সঠিক ব্যুৎপত্তিৰ বিষয়ে জনা নাযায়, যিটো পিছলৈ টিএমআৰম ৰায়ে সংস্কাৰ আৰু প্ৰামাণিককৰণ কৰে। ইয়াৰ ব্যৱহাৰ হ্ৰাস পাইছে, আৰু এতিয়া তামিল আৰু লেটিন লিপি অধিক ব্যৱহাৰ কৰা হৈছে। ১ ২

বৰ্ণমালা

স্বৰবৰ্ণ

ব্যঞ্জনবৰ্ণ

Saurashtra Consonants.jpg
ছবি: Fly fly fly · CC0

সংযুক্ত বৰ্ণ

Compound Form of letters in Saurashtra language.jpg
ছবি: Fly fly fly · CC0

সংখ্যা

Numerals in Saurashtra Language.jpg
ছবি: Fly fly fly · CC0

তথ্যসূত্ৰ

  1. ↑ Atlas of Endangered Alphabets: Indigenous and minority writing systems, and the people who are trying to save them."Atlas of Endangered Alphabets: Indigenous and minority writing systems, and the people who are trying to save them". Retrieved 2020-07-01
  2. ↑ ScriptSource - Saurashtra. www.scriptsource.org"ScriptSource - Saurashtra". www.scriptsource.org. Retrieved 2020-07-01

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰাষ্ট্ৰ লিপি” প্ৰবন্ধৰ সংশোধন ৩৯৬৬৮৫ (১২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।