অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোমা দে

সোমা দে ( Soma Dey; জন্ম: ১৯৪৭) বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। গোবিন্দ ৰায়ৰ বিল্বমংগল (১৯৭৬) ছবিখনত চিন্তামণিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক পৰিচিত।

হালনাগাদ: ৮ জুলাই ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সোমা দে ( Soma Dey; জন্ম: ১৯৪৭) বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী।১২৩ গোবিন্দ ৰায়ৰ বিল্বমংগল (১৯৭৬) ছবিখনত চিন্তামণিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক পৰিচিত।

স্বদেশ চৰকাৰৰ হাৰায়ে খুজি (১৯৭৪) ছবিৰে ডাঙৰ পৰ্দাত অভিষেক ঘটা সোমা দেই তাৰ পাছত জন্মভূমি (১৯৭৪), বিল্বমংগল (১৯৭৬), বন্দী বিধাতা (১৯৭৬), শংখবিশ (১৯৭৬), সুদূৰ নিহাৰিকা (১৯৭৬) আৰু বৰবধু (১৯৭৮) আদি ছবিত অভিনয় কৰে।৪৫৬

বাহ্যিক সংযোগ

সোমা দেৰ সৈতে সাক্ষাৎকাৰ

তথ্যসূত্ৰ

  1. ↑ Soma Dey movies, filmography, biography and songs - Cinestaan.com. Cinestaan
  2. ↑ Soma Dey. www.calcuttayellowpages.com
  3. ↑ Soma Dey. determus.com
  4. ↑ Soma Dey. Gomolo.com
  5. ↑ JAGYASENI. Jagyaseni.com
  6. ↑ FilmiClub. Soma Dey - Biography, Movies, Photos, Videos. FilmiClub

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোমা দে” প্ৰবন্ধৰ সংশোধন ৬১৬১৬৮ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।