শ (বঙালী লিপিত শ, আই-পি-এ:/ʃɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ শ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধা প্ৰাপ্ত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
আ-- শা
ই-- শি
ঈ-- শী
উ-- শু
ঊ-- শূ
ঋ-- শৃ
এ-- শে
ঐ-- শৈ
ও-- শো
ঔ-- শৌ
শৰে আৰম্ভ শব্দ
- শক্তি (শক্তি)
- শান্তি (শান্তি)
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ (বঙালী)” প্ৰবন্ধৰ সংশোধন ৩৬৮২৭৪ (১০ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।