অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ৰী লংকা মাতা

শ্ৰী লংকা মাতা (সিংহলা ভাষাত: ශ්රී ලංකා ජාතික ගීය, তামিল ভাষাত: சிறீ லங்கா தாயே) শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত। এই গীতৰ শব্দৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনন্দ সমাৰাকুনক জড়িত কৰা হয়। ১৯৫১ চনত এই গীতে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰে। গীতটিৰ তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শ্ৰী লংকা মাতা (সিংহলা ভাষাত: ශ්රී ලංකා ජාතික ගීය, তামিল ভাষাত: சிறீ லங்கா தாயே) শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত। এই গীতৰ শব্দৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনন্দ সমাৰাকুনক জড়িত কৰা হয়। ১৯৫১ চনত এই গীতে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰে। গীতটিৰ তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।

ইতিহাস

১৯৪০ চনত আনন্দ সমাৰাকুনে সিংহল ভাষাত নমো নমো মাতা শীৰ্ষক গীত এটি লিখিছিল। ২২ নৱেম্বৰ ১৯৫১ত ছাৰ এডৱিন বিজেয়েৰত্নেৰ অধ্যক্ষতাত এখন সমিতিয়ে এই গীতক আনুষ্ঠানিকভাৱে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত ঘোষণা কৰিলে। তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।১ ১৯৫০ৰ বিবাদৰ পাছত প্ৰথম শাৰী নমো নমো মাতা, অপা শ্ৰী লংকাৰ সলনি ১৯৬১ত শ্ৰীলংকা মাতা, অপা শ্ৰীলংকা কৰা হ'ল।

১৯৭৮ত ই সাংবিধানিক মৰ্যাদা লাভ কৰিলে।২

শ্ৰী লংকা মাতা

সিংহলা ভাষাতঅসমীয়া লিপিত (সিংহালা শব্দ)তামিল অনুবাদ
: ශ්‍රී ලංකා මාතා: අප ශ්‍රී....... ලංකා නමෝ නමෝ නමෝ නමෝ මාතා: සුන්‍දර සිරිබරිනී සුරැඳි අති සෝබමාන ලංකා: ධාන්‍ය ධනය නෙක මල් පලතුරු පිරි ජය භුමිය රම්‍යා: අප හට සැප සිරි සෙත සදනා ජීවනයේ මාතා: පිළිගනු මැන අප භක්‍තී පූජා: නමෝ නමෝ මාතා: අප ශ්‍රී ...... ලංකා නමෝ නමෝ නමෝ නමෝ මාතා: ඔබ වේ අප විද්‍යා: ඔබ මය අප සත්‍යා: ඔබ වේ අප ශක්‍ති: අප හද තුළ භක්‍තී: ඔබ අප ආලෝකේ: අපගේ අනුප්‍රාණේ: ඔබ අප ජීවන වේ: අප මුක්‍තිය ඔබ වේ: නව ජීවන දෙමිනේ නිතින අප පුබුදු කරන් මාතා: ඥාන වීර්‍ය වඩවමින රැගෙන යනු මැන ජය භූමී කරා: එක මවකගෙ දරු කැල බැවිනා: යමු යමු වී නොපමා: ප්‍රේම වඩා සැම හේද දුරැර දා නමෝ නමෝ මාතා: අප ශ්‍රී........ ලංකා නමෝ නමෝ නමෝ නමෝ මාතා: শ্ৰী লংকা মাতা: অপ শ্ৰী ..... লংকা নম', নম', নম', নম' মাতা!:: ছুন্দৰ চিৰি বৰিনি: চুৰেণ্ডি অতি চৱমান লংকা: ধান্য ধনয় নেকা মল পল তুৰু পিৰি: জয় ভূমিয় ৰম্যা: অপ ডট চেপ চিৰি চডনা: জিৱনয়ে মাতা: পিলিগনু মেনা অপ ভক্তি পুজা পিলিগন: নমো, নমো মাতা: অপ শ্ৰী ........... লংকা নমো, নমো, নমো, নমো মাতা!:: আবাৱে অপ বিদ্যা, অ'বাময় অপ চত্যা: অ'বাৱে অপ চক্তি, অপ হদা টুল ভক্তি: অ'বা অপ আল'কে, অপগে অনুপ্ৰাণে: অ'বা অপ জীৱন ৱে, অপ মুক্তিয় অ'বা ৱে: নৱ জীৱন দেমিনে: নিতিনা অপ পুবুদু কৰণ, মাতা: জ্ঞান বীৰ্য় ৱডৱমীনা ৰেগেনে: য়নু মেনা জয় ভূমি কৰা: এক মৱকুগে দৰু কলা বৱিনা: য়মু য়মু ৱি ন'পমা: প্ৰেম ৱডা চম ভেদ দুৰৰ দা: নমো, নমো মাতা: অপ শ্ৰী ..... লংকা নমো, নমো, নমো, নমো মাতা!: ஸ்ரீ லங்கா தாயே - நம் ஸ்ரீ லங்கா: நமோ நமோ நமோ நமோ தாயே: நல்லெழில் பொலி சீரணி: நலங்கள் யாவும் நிறை வான்மணி லங்கா: ஞாலம் புகழ் வள வயல் நதி மலை மலர்: நறுஞ்சோலை கொள் லங்கா: நமதுறு புகலிடம் என ஒளிர்வாய்: நமதுதி ஏல் தாயே: நமதலை நினதடி மேல் வைத்தோமே: நமதுயிரே தாயே - நம் ஸ்ரீ லங்கா: நமோ நமோ நமோ நமோ தாயே: நமதாரருள் ஆனாய்: நவை தவிர் உணர்வானாய்: நமதோர் வலியானாய்: நவில் சுதந்திரம் ஆனாய்: நமதிளமையை நாட்டே: நகு மடி தனையோட்டே: அமைவுறும் அறிவுடனே: அடல்செறி துணிவருளே - நம் ஸ்ரீ லங்கா: நமோ நமோ நமோ நமோ தாயே: நமதோர் ஒளி வளமே: நறிய மலர் என நிலவும் தாயே: யாமெல்லாம் ஒரு கருணை அனைபயந்த: எழில்கொள் சேய்கள் எனவே: இயலுறு பிளவுகள் தமை அறவே: இழிவென நீக்கிடுவோம்: ஈழ சிரோமணி வாழ்வுறு பூமணி: நமோ நமோ தாயே - நம் ஸ்ரீ லங்கா: நமோ நமோ நமோ நமோ தாயே

অসমীয়া অনুবাদ

আই লংকা আমি তোক প্ৰণাম কৰো! হে মা, তোৰ সমৃদ্ধি বিপুল, দয়া আৰু মমতাত তই অতুন, অনাজ আৰু সুস্বাদু ফলেৰে পূৰ্ণ, উজ্জ্বল ৰঙৰ সুগন্ধিত ফুলৰে ফুলা, জীৱন আৰু সকলো ভাল বস্তুৰ দাত্ৰী, আনন্দ আৰু বিজয়ৰ আমাৰ ভূমি, আমাৰ আভাৰী প্ৰশংসা স্বীকাৰ কৰ, শ্ৰী লংকা! আমি তোৰ প্ৰশংসা কৰো। আমাক জ্ঞান আৰু সত্যৰ দান দিয়া জনী, তই আমাৰ সামৰ্থ্য আৰু আন্তৰিক বিশ্বাস, আমাৰ দিব্য জ্যোতি আৰু সংবেদনশীল জীৱ, জীৱন আৰু মুক্তিৰ শ্বাস। আমাক বন্ধন মুক্ত প্ৰেৰণা, প্ৰদান কৰ, নবীন বুদ্ধি আৰু শক্তিত, ৰোগ, ঘৃণা, কলহ সকলো শেষ হৈ গ'ল, মৰমত সাবত খাই থকা, এক শক্তিশালী ৰাষ্ট্ৰ, আমি সকলো এক হও, আগ বাঢ়ো। হে মা আমাক পূৰ্ণ স্বাধীনতাৰ দিশে লৈ যা।

তথ্যসূত্ৰ

  1. ↑ D. B. S. Jeyaraj. The language controversy over Sri Lankan National Anthem. dbsjeyaraj.com
  2. ↑ THE CONSTITUTION OF THE DEMOCRATIC SOCIALIST REPUBLIC OF SRI LANKA - Section 7 The National Anthem. LawNet, Government of Sri Lanka

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী লংকা মাতা” প্ৰবন্ধৰ সংশোধন ৩৮২৯৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।