অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ববনাম কোলিখানি

শ্ববনাম কোলিখানি (জন্ম: ৯ নৱেম্বৰ, ১৯৭৭) হৈছে এগৰাকী ইৰানীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক তথা লেখিকা।

হালনাগাদ: ১৯ জুন ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্ববনাম কোলিখানি (জন্ম: ৯ নৱেম্বৰ, ১৯৭৭) হৈছে এগৰাকী ইৰানীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক তথা লেখিকা।

কৰ্মজীৱন

শ্ববনাম কোলিখানি হৈছে এগৰাকী ইৰানীয় অভিনেত্ৰী, পৰিচালক আৰু অভিনয় প্ৰশিক্ষক। ১৯৯৭ চনত এণ্টিগনে নাটকত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে আৰু ২০০৪ চনত তেওঁৰ প্ৰথমখন চুটি ছবি ৰিয়েলিটি অৱ এ ষ্ট্ৰীট চেলাৰ পৰিচালনা কৰে। তেওঁ কেইবাখনো নাটক আৰু চুটি ছবি ৰচনা তথা পৰিচালনা কৰিছে, যাৰ ভিতৰত তথ্যচিত্ৰ আৰু পূৰ্ণদৈৰ্ঘ্য ছবি দুয়োবিধেই অন্তৰ্ভুক্ত। ২০০৪ চনৰপৰা তেওঁ নাট্য বিদ্যালয়সমূহত শিক্ষাদান কৰি আহিছে। তেওঁ কেইবাবছৰো ধৰি তেহৰান আজাদ বিশ্ববিদ্যালয়ৰ অনুষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অভিনয় আৰু নাটকৰ মূল নীতিসমূহৰ শিক্ষাদান কৰিছিল। তেওঁ ২০০৩ চনত ইৰানৰ তেহৰানৰ আজাদ বিশ্ববিদ্যালয়ৰপৰা ড্ৰামেটিক আৰ্টচ (থিয়েটাৰ পৰিচালনা) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০০০ চনত একেখন বিশ্ববিদ্যালয়ৰপৰাই ড্ৰামেটিক আৰ্টচ (ষ্টেজ ডিজাইন) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে ১২৩৪৫।

চলচ্চিত্ৰপঞ্জী

উৎস: ৬৭৮

টেলিভিছন ধাৰাবাহিক

বৰ্ষনামচৰিত্ৰচেনেল/নেটৱৰ্কটোকা
২০০৫দ্য ফাৰ্ষ্ট নাইট অৱ কামনেচআইআৰআইবি টিভি৩মুখ্য চৰিত্ৰ
২০০৬উই দ্য ফিউ পিপলআইআৰআইবি টিভি৩মুখ্য চৰিত্ৰ
২০০৬–২০০৭দ্য ইয়াৰ্চ অৱ স্নো এণ্ড পেনজিআইআৰআইবি টিভি৩মুখ্য চৰিত্ৰ
২০০৯দ্য লেডাৰ অৱ দ্য স্কাইভেইচআইআৰআইবি টিভি১মুখ্য চৰিত্ৰ
২০১০দ্য ফিফথ চানহোমাআইআৰআইবি টিভি৩মুখ্য চৰিত্ৰ
২০১১ফাইভ কিলোমিটাৰ্চ টু পেৰাডাইজআইডামুখ্য চৰিত্ৰ
২০১৩লেণ্ড অৱ মাউণ্টেইনচমুখ্য চৰিত্ৰ
২০১৬এইট এণ্ড এ হাফ মিনিটচয়েকতাআইআৰআইবি টিভি২মুখ্য চৰিত্ৰ
২০২০দেয়াৰ ইজ এ ষ্ট্ৰেঞ্জাৰ উইথ মিমিনু
২০২০মানেকুইনআফচুনফিলিমোমুখ্য চৰিত্ৰ

চলচ্চিত্ৰসমূহ

বৰ্ষনামচৰিত্ৰ
১৯৯৭চেইণ্ট মেৰীচেইণ্ট মেৰী
২০০২থাৰ্ষ্ট
২০০৭ফৰ মাই চিষ্টাৰ
চোহেল ষ্টাৰ
২০০৯দ্য মেমৰী
২০১০পৰিনাজ
তেহৰানচ কিড
চুইট এক্সাইটমেণ্ট
২০১১ষ্টেপচাইল্ড
দ্য লিটল বিগ গাই
২০১২দ্য লাষ্ট থাৰ্চডে অৱ দ্য মান্থ

নাট্যশালা/থিয়েটাৰ

বৰ্ষ৯নামচৰিত্ৰ
১৯৯৭এণ্টিগনে
২০১০কা
২০১৬প্লে ৰীডিং হুইচপাৰ্চ বিহাইণ্ড ইন চেকেণ্ড ক্লাচ চিটিজেনচ
পিলিং

বঁটা আৰু সন্মান

  • চেইণ্ট মেৰী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে আৰ্টিষ্ট ইচলামিক এছ’চিয়েচনৰ তৰফৰপৰা স্বীকৃতি ফলক।
  • চেইণ্ট মেৰী ছবিত কৰা অভিনয়ৰ বাবে জামে-জাম ৱৰ্ল্ড নেটৱৰ্কৰপৰা "বিশিষ্ট অভিনেত্ৰী"ৰ স্বীকৃতি পত্ৰ।
  • চেইণ্ট মেৰী চৰিত্ৰৰ বাবে আইআৰআইবি (ইচলামিক ৰিপাব্লিক অৱ ইৰান ব্ৰডকাষ্টিং)ৰ মুখ্য কাৰ্যবাহী বিষয়াৰদ্বাৰা প্ৰদত্ত স্বীকৃতি পত্ৰ।
  • ৰাছিয়াৰ গোল্ডেন প্লেটফৰ্ম মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, ২০০৫ চন।
  • লোনলী মি নামৰ চুটি ছবিখন নিৰ্মাণ কৰাৰ বাবে ইৰানিয়ান ষ্টুডেণ্ট ফিল্ম ফেষ্টিভেল জুৰীৰ বিশেষ প্ৰশংসা, এপ্ৰিল ২০০৬ চন।
  • প্ৰথম ইৰানীয়ান কনচাম্পচন অপ্টিমাইজেশ্যন ফিল্ম ফেষ্টিভেলৰপৰা কৃতিত্বৰ প্ৰমাণ-পত্ৰ, নৱেম্বৰ ২০১০ চন।
  • জামে-জাম টিভি নেটৱৰ্ক দৰ্শকৰ পছন্দৰ "শ্ৰেষ্ঠ অভিনেত্ৰী"ৰ বঁটা, জানুৱাৰী ২০০৪ চন।
  • দ্বিতীয় কানাডাৰ ইৰানীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা কৃতিত্বৰ প্ৰমাণ-পত্ৰ, ছেপ্টেম্বৰ ২০১০ চন।
  • লেডাৰ অৱ দ্য স্কাই টেলিভিছন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে আইআৰআইবিৰ পৰিচালনা সমিতিৰ তৰফৰপৰা স্বীকৃতি ফলক।
  • ফাইভ কিলোমিটাৰ্চ টু পেৰাডাইজ ধাৰাবাহিকত অভিনয় কৰাৰ বাবে আইআৰআইবি ৩ ৰ পৰিচালনা সমিতিৰপৰা স্বীকৃতি ফলক।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ بیوگرافی شبنم قلی‌ خانی +تصاویر خانوادگی. www.beytoote.com
  2. ↑ LT. (2019-12-08). شبنم قلی خانی ؛ از مریم مقدس تا افسون سریال مانکن (بیوگرافی شبنم قلی خانی ). لوکس تهران اولین مجله مد و زندگی لوکس
  3. ↑ YJC, خبرگزاری باشگاه خبرنگاران · آخرین اخبار ایران و جهان ·. ناگفته‌های شبنم قلی خانی از سالهای تدریس در دورهمی+ فیلم. fa
  4. ↑ (2017-01-18). سریال مریم مقدس مادر کارهایم است/ دوست دارم نقش منفی هم کار کنم. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
  5. ↑ شبنم قلی خانی رکورد دار نقش های مثبت تلویزیون+تصاویر. نمناک
  6. ↑ 新余山城旅行社
  7. ↑ Namava. www.namava.ir
  8. ↑ (2021-11-11). دانلود سریال نارگیل. پیشگام مووی
  9. ↑ (2 September 2020). By Shabnam Gholikhani /

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ববনাম কোলিখানি” প্ৰবন্ধৰ সংশোধন ৬১৩০৭২ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।