অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লায়লা সাৰাহাত ৰুশানী

লায়লা সাৰাহাত ৰুশানী (প্ৰায় ১৯৫২-৫৪ – ২১ জুলাই ২০০৪) এগৰাকী আফগান কবি আছিল। তেওঁৰ প্ৰথম নাম লায়লা ৰূপেও পোৱা যায়। আৰু কাবুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ ভগ্নী অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰিছিল আৰু তাৰ পাছতেই তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ প্ৰধানকৈ আধুনিক ফাৰ্চী কবিতাৰ সংকলন প্ৰকাশ কৰিছিল।

হালনাগাদ: ১১ এপ্ৰিল ২০২৫ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লায়লা সাৰাহাত ৰুশানী (প্ৰায় ১৯৫২-৫৪১ – ২১ জুলাই ২০০৪) এগৰাকী আফগান কবি আছিল। তেওঁৰ প্ৰথম নাম লায়লা ৰূপেও পোৱা যায়।১

তেওঁ সাংবাদিক সাৰশাৰ ৰুশানীৰ কন্যা আছিল, যাক শাসনাধিষ্ঠ কমিউনিষ্ট দলে ফাঁচী দিছিল।১ তেওঁ চাৰিকাৰত জন্মগ্ৰহণ কৰিছিল২ আৰু কাবুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ ভগ্নী অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰিছিল আৰু তাৰ পাছতেই তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ প্ৰধানকৈ আধুনিক ফাৰ্চী কবিতাৰ সংকলন প্ৰকাশ কৰিছিল।১

ৰোশানীয়ে আফগানিস্তান এৰি নেদাৰলেণ্ডলৈ গুচি যায়, কাৰণ তালিবান শাসনৰ সময়ত মহিলাসকলৰ ওপৰত দমন-পীড়ন চলিছিল। তেওঁ ফাৰ্চী ভাষাত Eve in Exile নামৰ এখন সাহিত্যিক আলোচনী প্ৰকাশ কৰিছিল। ২০০৪ চনত মস্তিষ্কৰ কেঞ্চাৰে আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Miller, Jane Eldridge. (2001). Who's who in Contemporary Women's Writing. পৃ. 282. ISBN 0415159806
  2. ↑ Laila Sarahat Rushani (1337-1383). ariaye.com

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানকবিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লায়লা সাৰাহাত ৰুশানী” প্ৰবন্ধৰ সংশোধন ৫০৩২০১ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।